Category: Manuhjoni Main Lyrics

  • Manuhjoni Main Lyrics (মানুহজনীয়েই মেইন)

    Song: Manuhjoni Main Singer: Vreegu Kashyap Manuhjoni Main Lyrics  নপঢ়িলে নাপাৱ চাকৰি আইয়ে দিয়ে ঘৰত গালি হাইস্কুলতেই প্ৰেমত পৰিলো পিতাইয়ে বুলিলে  খালি খালি কলেজত দিলোগৈ ভৰি ভাল লাগিল নতুন এজনী দুদিন পাছতে পলাই গুচি গ’ল “মাল” কিন্তু আছিলে চেনি কিনো ক’ম জীৱন কাহিনী পাই গ’লো আকৌ এজনী আকৌ এবাৰ মই লাজত পৰিলো তাই ওলাল Relation t…