Category: Mon Pokhila Lyrics

  • Mon Pokhila Lyrics (মন পখিলা)

    Song: Mon Pokhila Singer: Kussum Kailash, Nilakshi Neog & Jogat Maahish Mon Pokhila Lyrics অ’ মন উৰা বতৰ এয়া ঐ উতনুৱা ফাগুন এয়া ঐ অ’ যৌৱনৰ প্ৰেম ফুলনিৰে ঐ অ’ তইয়ে মন পখিলা জনী ঐ। গুমগুমনি ঢোলৰ মাত বসন্তৰে জাননী ফুলে ফুলে বলিয়া  ৰচকী ঐ পখিলী। (২) মই বলিয়া তোৰ জাননে লাজুকী হাঁহিটিত মৰমে নচুৱাম…