Category: O Bharotire Lyrics
-
O Bharotire Lyrics | Bhupen Hazarika
Song: O Bharotire (অʼ ভাৰতীৰে) Singer: Bhupen Hazarika O Bharotire Lyrics O Bharotire Lyrics:— অʼ ভাৰতীৰে! অʼ পৃথিৱীৰে! স্বাধীনচিতীয়া দল ভাৰতী স্বাধীন হʼল। ঘিট্মিট্ এন্ধাৰ কংকালসাৰ অতীত অন্ত হʼল। অতীত নাশি নৱ জেউতি জিল্মিলায় জল্মল্।। অগ্ৰদূত সৱে যাম আগুৱাই তৰংগ সম কৰি কলকল পৃথিৱীৰ প্ৰগতিৰ হকে আমি পান কৰি দুখ হলাহল। সাম্যৰ মন্থন পাতিব লাগিব চূৰ্ণ কৰি…