Category: O Pori Lyrics
-
O Pori Lyrics (অ’ পৰী)
Song: O Pori Singer: Rajdeep Haloi & Parishmita Nath O Pori Lyrics মনতে যে ৰাখিছো মই তোমাৰ সেই হাঁহিটি জোনাকৰে পোহৰতে জিলিকা সেই মুখনি তোমাৰে যে নাম চিওৰি চিওৰি মাতিছো অ’ পৰী নাযাবা অ’ পৰী নাযাবা অ’ পৰী নাযাবা কাষৰতে ৰবানা। AssameseLyrical.com ৰাখিম তোমাক কাষৰতে উমলিবা বুকুতে সপোন বোৰো সাজিম আমি তুমি মই একেলগে আতৰি…