Category: Old Assamese Lyrics
-
Aji Bule Rongali Bihu Lyrics | Bhupen Hazarika
Song: Aji Bule Rongali Bihu (আজি বোলে ৰঙালী বিহু) Singer: Bhupen Hazarika Aji Bule Rongali Bihu Lyrics Aji Bule Rongali Bihu Lyrics:— কথাঃ শিহুটো ওলোৱাদি বিহুটোও ওলায়হি বছৰি। গীতঃ লুইতত ভোটোঙাই ওলাল শিহু আজি বোলে ৰঙালী বিহু বিহু। যেন লেতেকুৰে থোক ধেমালি চাই যা ধেমালি চা। সমাজৰ পথাৰত কোন খেলুৱৈয়ে কাক বা সাজিছে ঢোপ ৰাইজৰ এইগাল লোক দলদোপ দলদোপ…
-
Akakh Bixal Xagor Lyrics | Bhupen Hazarika
Song: Akakh Bixal Xagor (আকাশ বিশাল সাগৰ) Singer: Bhupen Hazarika Akakh Bixal Xagor Lyrics Akakh Bixal Xagor Lyrics:– আকাশ বিশাল সাগৰ বিশাল তাতোকৈ বিশাল মাতৃ-হৃদয় পশু-পক্ষী বা নৰ-নাৰীৰ মাতৃৰ স্নেহমায়া চিৰ মধুময়।। মাতৃৰ প্ৰতি ধনী-দুখীয়াৰ মায়া-মমতা একেটাই মাথোঁ ভিন্ন ৰূপে স্নেহ প্ৰকাশে হৈ নিঃস্বাৰ্থ সদায়।। মাতৃ যদি সন্তানহীনা হয় জীৱন পূৰ্ণ নহয় ধৰাৰ স্বৰ্ণহীৰা মণি-মৰকত মাটিৰ চপৰাহে…
-
Bonjui Bonot He Jole Lyrics | Bhupen Hazarika
Song: Bonjui Bonot He Jole (বনজুই বনতহে জ্বলে) Singer: Bhupen Hazarika Bonjui Bonot He Jole Lyrics Bonjui Bonot He Jole Lyrics:– বনজুই বনতহে জ্বলে দেখা পোৱা যায় মনৰ জুই মনত জ্বলে দেখাতো নেপায় হে’। হিটলাৰৰ জোতাৰ শৱদ হে’ গিৰিপ গাৰাপ চলে ইহুদী নিধন পৰ্ব সহস্ৰ মৰিল হে’।। বিংশ শতাব্দীৰে সিদিনা চতুৰ্থ দশক বিশ্ব জুৰি মহাসমৰে পৃথিৱী জ্বলাওক…
-
Dihinge Dipange Lyrics | Bhupen Hazarika
Song: Dihinge Dipange (দিহিঙে-দিপাঙে) Singer: Bhupen Hazarika Dihinge Dipange Lyrics Dihinge Dipange Lyrics:– দিহিঙে-দিপাঙে আজীৱন ঘূৰিলোঁ জীৱনৰ টোকাৰী বাই। শতিকা-শেষত থমকি চাওঁ যে মৰণৰ তোৰণ নাই। জীৱন গলিল মৰণ গলিল কোন যে কাহানি যায়, দেহতত্বৰো তত্ব লুকাল মানুহে মানুহক খায়। নতুন শতিকা আহিলেই দেখোঁ আৰুতো অধিক পৰ নাই, অনীতিৰ সাগৰত দেশখন বুৰিছে ধৰিবৰ তৃণ-কুটা নাই। মোৰ অসমী…
-
Bhakha Bhora Prithibir Lyrics | Bhupen Hazarika
Song: Bhakha Bhora Prithibir (ভাষা ভৰা পৃথিৱীৰ) Singer: Bhupen Hazarika Bhakha Bhora Prithibir Lyrics Bhakha Bhora Prithibir Lyrics:— ভাষা ভৰা পৃথিৱীৰ বিদ্রোহী কথা গীত কাণ পাতি শুনিবৰ শকতি নাই ৷ গুমৰি গুমৰি থকা জীৱনৰ ভাৰৰাশি জগতক শুনাবৰ ভাষা নাই ৷ আছে কত ইঙ্গিত পৰাজয় নাই আছে নানা সঙ্কেত নাই ভয় নাই ৷৷ বিজ্ঞানে আগুৱাই যায় নতুন সভ্যতাত…
-
Kune Koi Moi Akolxoriya Lyrics | Bhupen Hazarika
Song: Kune Koi Moi Akolxoriya (কোনে কয় মই অকলশৰীয়া) Singer: Bhupen Hazarika Kune Koi Moi Akolxoriya Lyrics Kune Koi Moi Akolxoriya Lyrics:—- কোনে কয় মই অকলশৰীয়া মই আৰু মোৰ ছাঁ দুয়ো দুয়োৰে লগৰীয়া পৃথিৱী নক’বা মই অকলশৰীয়া সংগীহীনতা মোৰেই সংগী বুলি কিয় তুমি উপহাস কৰিছা ? মই আৰু মোৰ ছাঁ দুয়ো দুয়োৰে লগৰীয়া মই আৰু মোৰ ছাঁ।।…
-
Jibontu Jodi Abhinay Hoi Lyrics | Bhupen Hazarika
Song: Jibontu Jodi Abhinay (জীৱনটো যদি অভিনয় হয়) Singer: Bhupen Hazarika Jibontu Jodi Abhinay Hoi Lyrics Jibontu Jodi Abhinay Hoi Lyrics:— জীৱনটো যদি অভিনয় হয় যদি অভিনয়তে মৰম ৰয় সেই মৰমৰ দাম কিমাননো ? আকাশ এখিলা যদি কাগজ হয় আৰু জোনটো যদি আচল নহয় সেই জোনাকৰ ৰহণ কিমাননো ? বুজিও নুবুজা হৈ আমি ভুলকে ভাল বুলি বোটলোঁ…
-
Oi Oi Akakh Xubo Lyrics | Bhupen Hazarika
Song: Oi Oi Akakh Xubo (অয়, অয় আকাশ শুব) Singer: Bhupen Hazarika Oi Oi Akakh Xubo Lyrics Oi Oi Akakh Xubo Lyrics:— অয়, অয় আকাশ শুব অয় অয় বতাহ শুব দিগন্ততে হাঁহাকাৰ হʼব। সময় যেন স্তব্ধ হয়, হয় ভীত হয়, হয় চকুলো শিল হʼব অয় অয় সময় শুব। পাপ যদি বেয়া, কামনা কিয় দিলে দিলে, দিলে? মোহ…
-
Ghar Amar Mati Hoi Lyrics | Bhupen Hazarika
Song: Ghar Amar Mati Hoi (ঘৰ আমাৰ মাটি হয়) Singer: Bhupen Hazarika Ghar Amar Mati Hoi Lyrics Ghar Amar Mati Hoi Lyrics:— ঘৰ আমাৰ মাটি হয় মাটিয়েই ঘৰ; বাটেই আমাৰ আপোন হয় আপোনেই পৰ। এটি মিঠা জীৱন, এটি জীৱিকাৰ বাট ৰাজপথে এৰাবাটে; এষাৰি মৰমী মাত; বিচাৰোঁতেই দিন যায়, কৰি দাম-দৰ।। চোৰাং কʼলা বজাৰতে, বহু কʼলা ধন পাবা…
-
Xamayar Agragati Lyrics | Bhupen Hazarika
Song: Xamayar Agragati (সময়ৰ অগ্ৰগতি) Singer: Bhupen Hazarika Xamayar Agragati Lyrics Xamayar Agragati Lyrics:— সময়ৰ অগ্ৰগতি পক্ষীৰাজত উঠি যাওঁ মই নতুন দিগন্তলৈ হাঁহিমুখে হাঁহিমুখে জ্যোতিক শিৰত তুলি আহে দিন বাজে বীণ নিৰাশাবিহীন আহে বীণ বাজে বীণ নিৰাশাবিহীন নাই আক্ষেপ কোনো পোৱা নোপোৱাৰ সমূখত পোহৰৰ জলন্ত জোৱাৰ ৷ সত্যক সাৰথি কৰি আহে দিন যায় দিন বিৰামবিহীন আহে দিন…