Category: Papon

  • Hopunot Aaji (সপোনত আজি) – Lyrics | Angaraag Mahanta | Papon

    Song: Hopunot Aaji (সপোনত আজি) Singer: Angaraag Mahanta (Papon) Album: Junaki Raati Hopunot Aaji (সপোনত আজি) – Lyrics:— সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, বতাহত আজি, উশাহত আজি, তোমাৰেই পৰশ, তোমাৰেই পৰশ সন্ধিয়াৰ আকাশত ডাৱৰৰ আঁৰে লুকা-ভাকু খেলা জিল্ মিল্ জোনৰ সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, তিৰ্ বিৰ্ তৰা জাকৰ…

  • Lyrics of Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ) | Angaraag Mahanta (Papon) | Roopjyoti | Rowd

    Song: Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ)  Singer: Angaraag Mahanta (Papon) & RoopjyotiAlbum/ Movie: Rowd Lyrics: Raadweep Composed By: Jatin Sharma Lyrics of Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ):— পখি পখি মন মোৰ  উৰি যাব খুজে দূৰ চিনাকি বাঁহিৰ সুৰ কোনেনো বজাই উন্মনা মন মোৰ নিয়ে উৰুৱাই…… দুৰু দুৰু কপে মন  কিজে মায়াৱি লগন এৰি অহা আবেলিক জুমি জুমি চাওঁ হাঁহিৰে বৰষা তোৰ তাতে ডুবি যাওঁ পখি পখি মন মোৰ  উৰি যাব খুজে দূৰ কোমল দুচকুত সপোন শেৱালি অজান আশা বুকতে মাথো ৰ’দালি আকাশ চুমেগৈ হেপাহৰে নৈ তৰা নামে পদূলিত বেলি থাকে ৰৈ শুৱৰণি ৰ’দালি……. দুৰু দুৰু কপে মন কিজে মায়াৱি লগন এৰি অহা আবেলিক জুমি জুমি চাওঁ হাঁহিৰে বৰষা তোৰ তাতে ডুবি যাওঁ দুৰু দুৰু কপে মন কিজে মায়াৱি লগন অভিমানি ওত্র পৃথিৱী আকুল ৰজা-ৰাণী সাওদৰ ন কৈ সাঁজো …

  • Namami Brahmaputra ( নমামী ব্ৰহ্মপুত্ৰ ) – Assamease Lyrics

    প্রণামো ব্ৰহ্মপুত্ৰগীতৰ কথা: মন্মথ বৈশ্য The Lyrics Namami Brahmaputra::: প্রণামো ব্ৰহ্মপুত্ৰ নমামী ব্ৰহ্মপুত্ৰ…. ক্ষণে শান্ত , তুমি ক্ষণে ৰুদ্ৰ…. পলে পলে নৱ নৱ চিত্ৰ,ও চিৰ প্ৰবাহিত,বৈ যোৱা বৈ যোৱা,ব্রহ্মাৰে পুত্ৰ – তুমি সৃষ্টিৰে উৎস ! ও প্রণামো ব্ৰহ্মপুত্ৰ….নমামী ব্ৰহ্মপুত্ৰ………… তুমি লহৰে লহৰে, সাৱটিলা পিতৃৰ দৰে….. তোমাৰ সুজল ধাৰাই, শস্যক শ্যামল কৰে ….. চিৰকাল তোমাৰ পাৰতে, জীৱন…