Category: Album
-
Hopunot Aaji (সপোনত আজি) – Lyrics | Angaraag Mahanta | Papon
Song: Hopunot Aaji (সপোনত আজি) Singer: Angaraag Mahanta (Papon) Album: Junaki Raati Hopunot Aaji (সপোনত আজি) – Lyrics:— সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, বতাহত আজি, উশাহত আজি, তোমাৰেই পৰশ, তোমাৰেই পৰশ সন্ধিয়াৰ আকাশত ডাৱৰৰ আঁৰে লুকা-ভাকু খেলা জিল্ মিল্ জোনৰ সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, তিৰ্ বিৰ্ তৰা জাকৰ…
-
Mur Monore Kolponat (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg | Lyrics In Assamese | Maa | Jetuka Huwana
Song: Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) Singer: Zubeen Garg Album: Maa Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg Lyrics In Assamese:– মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা অভিনম মৰমেৰে ব্যাকুল কৰা না মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা অষ্ঠিৰ আৱেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অষ্ঠিৰ আৱেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অময়া মৰমৰ সুবাস হোৱা না মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ…
-
Xunere Xojuwa Poja | সোণেৰে সজোৱা পজা | Lyrics In Assamese | Zubeen Garg
Song: Xunere Xojuwa Poja (সোণেৰে সজোৱা পজা)Singer: Zubeen GargAlbum: Mukti 1997 Xunere Xojuwa Poja (সোণেৰে সজোৱা পজা) Lyrics In Assamese:– সোণেৰে সজোৱা পজা জহি খহি যায় কোণে আহি সাজিবহি পাৰিব দুনাই….. সোণেৰে সজোৱা পজা জহি খহি যায় কোণে আহি সাজিবহি পাৰিব দুনাই…… এধানী এধানী কৈ মেদিনী হেৰাই সাতোৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি…
-
Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics | Jaanmoni | Zubeen Garg
Song Name: Phool Fulise Baxontor (ফুল ফুলিছে বসন্তৰ) Singer Name: Zubeen Garg Music Album: Jaanmoni Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics::– ফুল ফুলিছে বসন্তৰ, তুমি জানমনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ…… ফুল ফুলিছে বসন্তৰ, তুমি জানমনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ…… গুণ গুণ কৈ ভোমোৰাঁ ফুলে ফুলে পৰিছে, থূপা থুপে নাহৰ তগৰ ডাল ভৰি পৰিছে, জানমনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ ভৰসা, তুমিয়ে মোৰ বুকুৰে কলি…… জুৰ মলয়া ফাগুনৰ, তুমি জানমনি মৰমৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ…. জুৰ মলয়া ফাগুনৰ, তুমি জানমনি মৰমৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ…. ৰঙা নীলা পখিলা, জাকে জাকে উৰিছে, কু কু… কৈ কুলিটিয়ে পাতৰ আঁৰত মাতিছে…. অ জানমনি তুমিয়েই মোৰ প্ৰাণৰে পুতলা, তুমিয়ে মোৰ আশাৰে নিজৰা, তুমিয়ে মোৰ মৰমৰ মনি….. ন কুহিপাঁত আহতৰ, ন ধাল নামে লুইতৰ, সদায়েচোন থাকিবা, তৰা হৈ মোৰ মনৰ আকাশত…. ঢোল পেপা গৰজিলে, অসমৰ চুকে কোণে, তুমি কাষত নাথাকিলে , মনে কিবা কৰে….…
-
Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics | Zubeen Garg
Song Name: Aahe Ba Nahe (আহে বা নাহে)Singer Name: Zubeen GargAlbum: Pakhi Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics:— আহে বা নাহে ঘূমতি আহিবা ৰাতি, সপোনকে লৈ…. সপোনকে লৈ…. থাকে বা নাথাকে শাওঁনৰে ধল তুমি, মৰমৰে নৈ….. মৰমৰে নৈ….. দুপাখি মেলি সমিৰে আহি, দিয়ে বা নিদিয়ে, ফাগুণৰে খবৰ, তুমি ৰুৱা যেন মোলৈ, আহে বা নাহে ঘূমতি, আহিবা ৰাতি সপোনকে লৈ…. চুৱে বা নুচুৱে নিয়ৰে…. শেৱালি পাহিতি শৰতে শৰতে, নাচে বা নানাচে জোনাকি হৈ, তুমি চোন নাচিবা , মোৰে হিয়াতে ৰৈ…. আহে বা নাহে ঘূমতি আহিবা ৰাতি সপোনকে লৈ….. জোৰে বা নোজোৰে বান্ধি লৈ, কিনো মৰমৰে এনাজৰীকে পাওঁ, বহে বা নবহে ফুলতে গৈ, ৰঙিলী পখিলী তুমি ৰঙেৰে চৈ….. আহে বা নাহে ঘূমতি আহিবা ৰাতি, সপোনকে লৈ….. সপোনকে লৈ….. থাকে বা নাথাকে শাওঁনৰে ধল তুমি, মৰমৰে নৈ….. মৰমৰে নৈ….. দুপাখি মেলি সমিৰে আহি,…