Category: Ridip Rankit
-
Puthi Mass Lyrics (পুঠিমাছ)
Song: Puthi Mass Singer: Ridip Rankit Puthi Mass Lyrics পুঠিমাছ খাবলৈ মনে গ’ল পাতিছিলং ফাঁচি ফাঁচিতে লাগিলে জানানে পেতেলী শিঙি কঁকায়ে আনিনে সিদিনা নবৌ এজনী কিনো কম সিজনী আগত মই চেনীখোৱা জনী এ কেনেকে ওলাঙ কেনেকে সোমাঙ ঘৰৰ বাহিৰে ভিতৰে খাবলে বহং বিচনাত পৰং লাজে বেৰি বেৰি ধৰে নবৌ বুলি কেনেকৈ মাতো পুৰণি প্ৰেমিকাকে নবৌ…