Category: Xoru Manuh Lyrics
-
Xoru Manuh Lyrics
Xoru Manuh Lyrics Song: Xoru Manuh (Horu Manuh) Singer: Kul Deep Xoru Manuh Lyrics আমিতো সৰু মানুহ সৰু হয় এ থাকিম ফতা কাগজতে সপোন বিলাক আকিম মিছা চাল মাৰি নিদিও নিজক ফাকি জেপত টকা নাথাকিলেও সপোন বহুত বাকী এন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি হেপাহতে উৰি আছো কলম তো মোৰ পাখি পলম হব বাটত আৰু…