Song: O Seng Ki Morom Logali Ko (Mon Moina)
Singer: Kussum Kailash
অ চেং
কি মৰম লগালি ক’
অ চেং
পগলা কৰিলি ক’
অ চেং
কি মৰম লগালি ক’
অ চেং
পগলা কৰিলি ক’
অ চেং
তোৰে প্ৰেম সাগৰত ক’
অ চেং
জাপে মই দিলং ক’
তই মন মইনা ঐ
এৰি থৈ নাজাবি ঐ
তই জান মইনা ঐ
ভাবি চাবি মোলে ঐ
কেতিয়াকৈ পামে তোৰ
মৰমৰ এশাৰি মাত
অ চেং
কি মৰম লগালি ক’
অ চেং
পগলা কৰিলি ক’
অভিমানী হৈ
মোৰ জান জনী ঐ
নকবি দেই
নকবি দেই
এৰি যাম গৈ
মৰম নদীত ঐ
মোৰ জান জনী ঐ
সাতুৰি-নাদুৰি আছো
তোৰে সতে ঐ
তই মন মইনা ঐ
ভাবি চাবি মোলে ঐ
তই জান মইনা ঐ
এৰি থৈ নাজাবি ঐ
কেতিয়াকৈ দিবি তোৰ
মৰমৰ সহাঁৰিৰ হাত
অ চেং
কি মৰম লগালি তই ?
বলিয়া কৰিলি তই
অ চেং
তোৰে চাই মুখনি
অ চেং
যাবলে টোপনি
অ চেং
কেতিয়াকৈ নো পাম
অ চেং বুকুতে সাৱতি
তই মন মইনা ঐ
ভাবি থাকোং তোকে ঐ
তই জান মইনা ঐ
আনলে নাভাবুং ঐ
দূৰে দূৰে নৰবি
দিবি তই সহাৰিৰ হাত
অ চেং
মনকে বান্ধি লং ক’
তই চেং মোৰ হবিনে ক’
Leave a Reply