Category: Mon Moina
-
O Seng Ki Morom Logali Ko Lyrics | Mon Moina | Kussum Kailash
Song: O Seng Ki Morom Logali Ko (Mon Moina) Singer: Kussum Kailash O Seng Ki Morom Logali Ko Lyrics O Seng Ki Morom Logali Ko Lyrics:– অ চেং কি মৰম লগালি ক’ অ চেং পগলা কৰিলি ক’ অ চেং কি মৰম লগালি ক’ অ চেং পগলা কৰিলি ক’ অ চেং তোৰে প্ৰেম সাগৰত ক’ অ চেং জাপে মই দিলং ক’ তই মন মইনা ঐ এৰি থৈ নাজাবি ঐ তই জান মইনা ঐ ভাবি চাবি মোলে ঐ কেতিয়াকৈ পামে তোৰ মৰমৰ এশাৰি মাত অ চেং কি মৰম লগালি ক’ অ চেং পগলা কৰিলি ক’ অভিমানী হৈ মোৰ জান জনী ঐ নকবি দেই নকবি দেই এৰি যাম গৈ মৰম নদীত ঐ মোৰ জান জনী ঐ সাতুৰি-নাদুৰি আছো তোৰে সতে ঐ…