Song: Akash (আকাশ)
Singer: Neel Akash
Akash Song Lyrics |
Akash Song Lyrics:—
মোৰ প্ৰনয়ৰে উশাহ
নৈ বুলিলে হেঁপাহ
আছোঁ জানো বৈ
একেদৰে ঐ
আহিব খুজিছোঁ যে মই
অ আকাশ *৩
হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা
এধানি মন
আছুতীয়া উলাহৰে আঁকি লোৱা
জগত এখন
আধাবাটতে এৰি থৈ আহি
আজিও তাতে যে মগণ
অ আকাশ *৩
থুপি থুপি তৰা জোনাকী নামি আহি আহি
উমি উমি থকা হেপাহৰ হেচুকী জগালি *২
জ্বলিছে এদিন বুকুৰে মাজত
নতুনৰ পোৱা গধূলি…..
অ আকাশ *৩
Leave a Reply