Category: new assamese song 2020
-
Para Jodi Huana Mur Lyrics By Achurjya Borpatra
Song: Para Jodi Huana Mur Singer: Achurjya Borpatra Para Jodi Huana Mur Para Jodi Huana Mur Lyrics:— (Music)…. মনে মনে আহি দুচকুৰে খেলি কিনো ক’লা মোক আজি ধীৰে ধীৰে দেখোঁ হৃদয়তে মোৰ বাঢ়ে মৰম আজি পাৰা যদি হোৱানা মোৰ শিৰে শিৰে বোৱাহি চোন খালি ৰাখিছোঁ কলিজাৰ এচোক নোৱাৰিলে নকৰোঁ যোৰ সামৰিম সপোন বোৰ নহ’বা তুমি মাথোঁ দূৰ……
-
Moloyar Dupakhit Lyrics – Tanbeer Mashooq | Zubeen Garg Mashup
Song: Moloyar Dupakhit Singer: Tanbeer Mashooq Moloyar Dupakhit Lyrics Moloyar Dupakhit Lyrics:— মলয়াৰ দু-পাখিত মোৰ মনৰ বতৰা পঠিয়ালোঁ তোমালে তুমি আদৰি ল’বা পালোঁ বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ঢৌ সুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি মোৰ হোৱা যুৰিয়া…
-
Xundori Pomila Lyrics By Vreegu Kashyap
Song: Xundori Pomila (সুন্দৰী পমিলা) Singer: Vreegu Kashyap Xundori Pomila Lyrics Xundori Pomila Lyrics:— সুন্দৰী পমিলা তক দেখা পাই মন পগলা ৰচকী পমিলা তই হিৰইন মধুবালা সুন্দৰী পখিলা তক দেখিলে হওঁ পগলা ৰচকী পমিলা তই হিৰইন মধুবালা বহাগৰ পৰা চতলৈ তকে মৰম দি যাম বুকুৰে উজনি নামনি মই লেখি লওঁ তৰ নাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম অচিন কথাৰে থু্ৰা লগাই নলবি তই বিপদ চপায় বহু দিনৰ চিনাকী মই কলিজাতে ৰস শুমাই দেহাতে তোৰ দেহা লগাই মৰমতে মৰম বৰাই সপোনৰে বাটে বাটে লগৰী হমেই সদায় বহাগৰ পৰা চতলৈ তকে মৰম দি যাম বুকুৰে উজনি নামনি মই লেখি লওঁ তৰ নাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম মোৰে সচায় হবি হিনে নুশুধু তক কোনো দিনে ধৰি ললো নিজৰ বুলি উৰেতো জীৱনলে দেহা যদি থাকে ভালে কপালেও টানি নিলে সাজিম এখন আশাৰে ঘৰ দুয়োৰে বহিবলে বহাগৰ পৰা চতলৈ তকে মৰম দি যাম বুকুৰে উজনি নামনি…
-
Nila Nila Dusokut Lyrics By Zubeen Garg
Song: Nila Nila Dusokut (নীলা নীলা দুচকুত) Album: Path Singer: Zubeen Garg Nila Nila Dusokut Lyrics Nila Nila Dusokut Lyrics নীলা নীলা দুচকুত কাজল সানিলে আই ঐ দেহি মৰম লাগে আই ঐ দেহি মৰম লাগে নীলা নীলা দুচকুত কাজল সানিলে আই ঐ দেহি মৰম লাগে ভিজা ভিজা ওঠতে ৰঙা ৰঙা সানিলে আই ঐ দেহি মৰম লাগে বিজুলী সেমেকা চাওনিয়ে হৃদয় কপোৱা হাঁহিটিয়ে আই ঐ দেহি মোৰেনো মন হৰি নিলে নীলা নীলা দুচকুত কাজল সানিলে আই ঐ দেহি মৰম লাগে ভিজা ভিজা ওঠতে ৰঙা ৰঙা সানিলে আই ঐ দেহি মৰম লাগে লাজুকি লাজুকি তোমাৰ হিয়া পানচয় ঘাটৰে তুমি কাজল লতা লাহি লাহি লাহি তোমাৰ দেহা গোলাপৰ পাহিৰ দৰে ধুনীয়া যেন সৰগৰ মেনকা যেন তেজি ৰঙা পখিলা আই ঐ দেহি মৰম লাগে নীলা নীলা দুচকুত কাজল সানিলে আই ঐ দেহি মৰম লাগে ভিজা ভিজা ওঠতে ৰঙা ৰঙা সানিলে আই ঐ দেহি মৰম লাগে তোমাৰ শৰীৰৰ ভাজে ভাজে মৰমৰ চাকুখন সাজিবলে তোমাৰ কলিজাৰ তেজে তেজে…
-
Dhuniya Loratur Kinu Hol Lyrics By Gitanjali Das
Song: Dhuniya Loratur Kinu Hol (ধুনীয়া লৰাটোৰ কিনো হ’ল) Singer: Gitanjali Das Lyrics: Sunit Gogoi Music: Bijoy Sankar Dhuniya Loratur Kinu Hol Lyrics Dhuniya Loratur Kinu Hol Lyrics:— ধুনীয়া লৰাটোৰ কিনো হ’ল ধুনীয়া হাঁহিটো কেনি গ’ল পঢ়াঁত ভাল লৰাটোৰ কিনো হ’ল শুনিছোঁ পঢ়াবোৰ এনেই গ’ল ধুনীয়া লৰাটোৰ কিনো হ’ল ধুনীয়া হাঁহিটো কেনি গ’ল গধূলি গধূলি…
-
Laje Laje Rolahi Lyrics By Vreegu Kashyap
Song: Laje Laje Rolahi (লাজে লাজে ৰলাহী) Singer: Vreegu Kashyap Music: Pinkal Pratyush Laje Laje Rolahi Lyrics Laje Laje Rolahi Lyrics:— লাজে লাজে ৰলাহী লাজুকীয়া মুখনি ধীৰে ধীৰে কলাহী তুমি অভিমানৰ অভিমানী মোৰ মৰমতে নো অভিমানী তুমি হলে বিলীন হম যেন লাগে তোমাৰ বুকুৰে মাজতে সৌ নিলিমাৰে আকাশত উৰি যাব খোজে—– প্ৰতি পলে বুকুতেনো ফুলে তোমাৰ…
-
Protitu Pol Lyrics By Anurag Saikia & Trion Mahanta
Song: Protitu Pol (প্ৰতিটো পল) Singer: Anurag Saikia Music/Composition/Guitar: Trion Mahanta Lyrics: Kallul Kashyap Mahanta Protitu Pol Lyrics Protitu Pol Lyrics:— তুমি ঢালি দিলাহি বুকুতে মোক অবুজ শিহৰণ পাখি মেলি উৰি গুচি আবিচাৰি হিয়াৰ সমীৰণ হেঙুলী কি ৰঙে, তোমাকে সুৱাৰালে, ৰদালীয়ে মিছিকি হাঁহে এ এ, সপোনে চোৱা কে, মুৰেনো দুচকুতে, তোমাৰে কোমল পৰশতে প্ৰতিটো পল…
-
Akash Song Lyrics By Neel Akash
Song: Akash (আকাশ) Singer: Neel Akash Akash Song Lyrics Akash Song Lyrics:— মোৰ প্ৰনয়ৰে উশাহ নৈ বুলিলে হেঁপাহ আছোঁ জানো বৈ একেদৰে ঐ আহিব খুজিছোঁ যে মই অ আকাশ *৩ হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহৰে আঁকি লোৱা জগত এখন আধাবাটতে এৰি থৈ আহি আজিও তাতে যে মগণ অ আকাশ *৩ থুপি থুপি…