Song: Eneke Nokoba (এনেকে নকবা)
Singer: Anima Choudhury
Eneke Nokoba Lyrics |
Eneke Nokoba Lyrics:—
এনেকে নকবা যাওঁ দেই বুলি
কথা দেখো বাকী আছে বহু কবলে )_২
( পুৱতিৰ শেষ তৰা মাৰ যোৱা নাই
সমীৰৰ শেষ সুৰ দুৰ হোৱা নাই )_২
বহু ক্ষণ আৰু বাকী আছে পূৱালে
এনেকে নকবা যাওঁ দেই বুলি
কথা দেখো বাকী আছে বহু কবলে ।
এতিয়াও কেতেকীয়ে আছে গীত গাই
শেৱালীৰ শেষ পাহী ফুলি উঠা নাই
মিলনৰ তৃষা আছে পুৰ হবলে
এনকে নকবা যাওঁ দেই বুলি
কথা দেখো বাকী আছে বহু কবলে ।
Leave a Reply