Song: Mur Aaji Xandhiyar (মোৰ আজি সন্ধিয়াৰ)
Singer: Jyoti Prasad Agarwala
Mur Aaji Xandhiyar Lyrics |
Mur Aaji Xandhiyar Lyrics:—
মোৰ আজি সন্ধিয়াৰ
গানৰ কথা
প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা
গোপনৰ বাণী
মৰমেৰে সানি
গানতে মিলাই গালে
উলিয়াব জানো তোৰ
চকুৰ পানী?
আকুল ই কণ্ঠৰ গানে
ক’ব জানো তোৰ কাণে কাণে
মোৰ হিয়া নিজানৰ
নুফুটা ব্যাথা?
মোৰ আজি সন্ধিয়াৰ
গানৰ কথা
প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা ।।
Leave a Reply