Song: Amare Xokhiya Aakul Byakule (আমাৰে সখিয়া আকুল বিয়াকুলে)
Singer: Jyoti Prasad Agarwala
Amare Xokhiya Aakul Byakule Lyrics |
Amare Xokhiya Aakul Byakule Lyrics:—
আমাৰে সখিয়া আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই,
সপোনত কোঁৱৰে আহুদি আনিলে
মতলীয়া সখী খাই!
দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই ৷
ফাগুনৰ বতাহে গাতে ছাটি মাৰে…
গাতে ছাটি মাৰি যায়
(হাঁহি) চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
সখীয়াৰে গাতে উৱাদিহে নাই ৷৷
Leave a Reply