Song :Bowa Bowa Dakhin Malaya
Singer:Jyoti Prasad Agarwala
Bowa Bowa Dakhin Malaya Lyrics |
Bowa Bowa Dakhin Malaya
বোৱাঁ বোৱাঁ দখিণ মলয়া, তটিনী গোৱাঁ৷
সমীৰণে আহি পৰাণ জুৰালে আ–হা৷
কোন নন্দনত পাৰিজাত ফুলে
বিলাই সুৰভি বিয়াকুল কৰে৷
কোন তটিনী বয়, কুলু কুলু কুলু
কুলু কুলু কুলু
কুলু কুলু কুলু কই
নিজৰি, নিজৰি, নিজৰি, নিজৰি কোন সুৰে
গান গাই৷
প্ৰাণ মতলীয়া কৰা আলসুৱা ই কিনো মায়া,
ই কিনো মায়া৷৷
Leave a Reply