Song: Ei Amanikha (এই অমানিশা)
Singer: Arun Das
Ei Amanikha Lyrics |
Ei Amanikha Lyrics:—
এই অমানিশা
কাৰবাবে ক্ষণগণা
কিয় মই উন্মনা ।
মৰমলগা
বহুকে কাষতে পাই
ভাল লাগি যোৱা
কাকোৱেই নাপাই —2 ।।
কি মোহেৰে
তুমি মোক বান্ধিলা
কি চেনেহেৰে
মন কাঢ়ি নিলা—2 ।।
Leave a Reply