Song: Jana Gana Mon Jyoti (জনগণমন জ্যোতি)
Singer: Jyoti Prasad Agarwala
Jana Gana Mon Jyoti Lyrics |
Jana Gana Mon Jyoti Lyrics:—
জাগে জাগে জাগে জনগণমন জ্যোতি
জাগে জাগে জাগে
জনগণমন জ্যোতি
গগনে গগনে জ্বলে
বালাৰ্ক দ্যুতি
জাগে গণমন জ্যোতি ৷
আজি মুকুলিত জনসাধনা
আজি সুফুলিত জনকামনা
অনুপশমিত আজি সঞ্চিত যাতনা ৷
আজি কুসুমিত জন চেতনা
প্ৰশমিত হওক বেদনা ৷
জীভনৰ জয় গান
ধ্বনিত সনস্বৰে
পিপূৰণ অন্নৰে বসন্ত জাগক ঘৰে ঘৰে
নবীন আলোক জাগ
বাহিৰে ভিতৰে
নিজৰা ধাৰে ৷
আজি যত আন্ধাৰত
জনমা মানৱ
আলোকত জ্বলি উঠ
হৈ অভিনৱ ৷৷
Leave a Reply