Song: Kune Dukhiyar Vatmuthi Karhi (কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি)
Singer: Jyoti Prasad Agarwala
Kune Dukhiyar Vatmuthi Karhi Lyrics |
Kune Dukhiyar Vatmuthi Karhi Lyrics:—-
কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি
সোণৰ কাঁহীত খাৱ
কোনে দুখিতৰ চকু-টোপালেৰে
মুকুতাৰ মালা শিয়?
ৰূপৰ বানবাটিটোত
কোনে তেজ ভৰালি
নিশকতীয়াৰ বুকু ফালি
মানুহৰ তেজেৰে ফটিকা খালি তই
আপুনি বলিয়া হলি ৷
তোৰ বলিয়া মনেৰে
তয়ে কেতিয়াবা
নিজকে কৰিবি লয়
আপুনিয়ে শেষ কৰিবি নিজেই
বলিয়াৰ অভিনয় ৷৷
Leave a Reply