Song: Kune Prane Nuhuwake (কোনে প্ৰাণ নোহোৱাক)
Singer: Jyoti Prasad Agarwala
Kune Prane Nuhuwake Lyrics |
Kune Prane Nuhuwake Lyrics:—
কোনে প্ৰাণ নোহোৱাক
প্ৰাণ দিলি
কোনে গান নোগোৱাক
গান দিলি,
তেল শলিতা নথকাটোৰ
চাকি জ্বলালি?
কোনে ৰ’দালিৰে মোৰ কোঠালি
কোনে সোণালীৰে মোৰ কোঠালি
বোলালি অ’
বোলালি ৷
সেই গুণেহে
মোৰ কোঠালিত
সুৰে নাচে
গানে নাচে
ছন্দিতাই ন কাচোন কাছে
নিতৌ নতুন চানেকিৰে
নতুন তৰা বাচে ৷
Leave a Reply