Song: Tur Thaponat Mur Sakitu (তোৰ থাপনাত মোৰ চাকিটো)
Singer: Jyoti Prasad Agarwala
Tur Thaponat Mur Sakitu Lyrics |
Tur Thaponat Mur Sakitu Lyrics:–
তোৰ থাপনাত মোৰ চাকিটো
তোৰ থাপনাত মোৰ চাকিটো
অকলে অকলে জ্বলে
তোক বিচাৰি অকলে আন্ধাৰে
প্ৰাণৰ জুৰিটি বলে ৷
অকলে জোনায়ে নিজম আকাশতে
তোৰেই জোনাক চালে
মই যে নহয় অকলশৰীয়া
বেৰি আছে মোক
তোৰে মৰমৰে, তোৰেই জোনাকী জ্বলে ৷৷
Leave a Reply