Song: Tur Xote Mur Pratham (তোৰ সতে মোৰ প্ৰথম)
Singer: Jyoti Prasad Agarwala
Tur Xote Mur Pratham Lyrics |
Tur Xote Mur Pratham Lyrics:—
তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
মোৰ যে হাতত নাছিল সোণৰ বীণা ৷
মোৰ ৰূপতেই তোক দেখি
মোৰ ৰূপকেই চালো লেখি লেখি
তয়ে ময়ে মাথো একা ছবি ৷
হাতত বীণা তুলি লৈ
সেইহে হলো
মোৰ গানকেই
তোৰ সুৰতেই
মিলাই গোৱা কৰি
তয়ে ময়ে একেখনি ছবি ৷৷
Leave a Reply