Song: Kong Seng
Singer: Kussum Kailash, Neel Akash
Lyrics: Kussum Kailash, Neel Akash
Singer: Kussum Kailash, Neel Akash
Lyrics: Kussum Kailash, Neel Akash
Kong Seng Song Lyrics
বগলী পৰিছে
এ পিঠিত সমনীয়া
এ শালিকী পৰিলে শিঙত
এ পখিলা পৰিব
ফুল বুলি ভাবি
আমাৰে নাচনীৰ গালত
ও সেঙ নাঙ
গচে বনে সলালে পাত
ও সেঙ নাঙ
গৰু ছালে লগালে মাত
ও সেঙ নাঙ
আমি অসমীয়া
বিহুতে যে বলিয়া
বিহু বিহু লাগিলে গাত
ও সেঙ নাঙ
গচে বনে সলালে পাত
ও সেঙ নাঙ
গৰু ছালে লগালে মাত
ও সেঙ নাঙ
আমি অসমীয়া
ৰবকে যে নোৱাৰো
বিহু বিহু লাগিলে গাত
এ পিঠিত সমনীয়া
এ শালিকী পৰিলে শিঙত
এ পখিলা পৰিব
ফুল বুলি ভাবি
আমাৰে নাচনীৰ গালত
ও সেঙ নাঙ
গচে বনে সলালে পাত
ও সেঙ নাঙ
গৰু ছালে লগালে মাত
ও সেঙ নাঙ
আমি অসমীয়া
বিহুতে যে বলিয়া
বিহু বিহু লাগিলে গাত
ও সেঙ নাঙ
গচে বনে সলালে পাত
ও সেঙ নাঙ
গৰু ছালে লগালে মাত
ও সেঙ নাঙ
আমি অসমীয়া
ৰবকে যে নোৱাৰো
বিহু বিহু লাগিলে গাত
Assamese Lyrical .com
ও সেঙ নাঙ
ফুলে ফুলে পখিলাৰ জাক
ও সেঙ নাঙ
কুলিতিয়ে লগালে মাত
ও সেঙ নাঙ
নাহৰো ফুলিল
তগৰো ফুলিল
কপৌ ফুলিল তোৰে খোপাত
ও সেং নাং
ফুলে ফুলে পখিলাৰ জাক
ও সেং নাং
কুলিতিও লগালে মাত
ও সেং নাং
নাহৰো ফুলিলে
তগৰো ফুলিলে
কপৌও ফুলিলে খোপাত
ও সেং নাং
জেতুকা বুলালি দুহাত
ৰং চোলা পিন্ধিলি গাত
ও সেং নাং
তোক নেদেখিলে
তই নেনাচিলে
বিহু বিহু নালাগে গাত
ও সেং নাং
জেতুকা বুলালি দুহাত
ও সেঙ নাঙ ৰঙা চোলা পিন্ধিলি গাত
ও সেঙ নাঙ
তােক নেদেখিলে
ত’ই নেনাচিলে
বিহু বিহু নালাগে গাত
ও সেঙ নাঙ
ফুলে ফুলে পখিলাৰ জাক
ও সেঙ নাঙ
কুলিতিয়ে লগালে মাত
ও সেঙ নাঙ
নাহৰো ফুলিল
তগৰো ফুলিল
কপৌ ফুলিল তোৰে খোপাত
ও সেং নাং
ফুলে ফুলে পখিলাৰ জাক
ও সেং নাং
কুলিতিও লগালে মাত
ও সেং নাং
নাহৰো ফুলিলে
তগৰো ফুলিলে
কপৌও ফুলিলে খোপাত
ও সেং নাং
জেতুকা বুলালি দুহাত
ৰং চোলা পিন্ধিলি গাত
ও সেং নাং
তোক নেদেখিলে
তই নেনাচিলে
বিহু বিহু নালাগে গাত
ও সেং নাং
জেতুকা বুলালি দুহাত
ও সেঙ নাঙ ৰঙা চোলা পিন্ধিলি গাত
ও সেঙ নাঙ
তােক নেদেখিলে
ত’ই নেনাচিলে
বিহু বিহু নালাগে গাত
Assamese Lyrical .com
ও সেঙ নাঙ
ৰং ঘৰৰ ৰং চৰা বাট
ও সেঙ নাঙ ত’ই নাচনী
বৰ্দৈচিলা ত’তে নাইকীয়া গাত
ও সেঙ নাঙ
ৰং ঘৰৰ ৰং চৰা বাট
ও সেঙ নাঙ ত’ই নাচনী
বৰ্দৈচিলা ত’তে নাইকীয়া গাত
ও সেঙ নাঙ
ৰং ঘৰৰ ৰং চ’ৰা বাট
ও সেঙ নাঙ
ৰংপুৰত ৰং শিঙাৰ মাত
ও সেঙ নাঙ ত’ই নাচনী
বৰ্দৈচিলা ত’তে নাইকীয়া গাত
ও সেঙ নাঙ
মই ঢুলীয়া ৰংপুৰীয়া
চেও চাই বুলাবি পাক ও সেঙ নাঙ আমি বিহুৱা
ৰংপুৰৰ ঢুলীয়া চেও চাই বুলাবি পাক
ও সেঙ নাঙ
ৰং ঘৰৰ ৰং চ’ৰা বাট
ও সেঙ নাঙ
ৰংপুৰত ৰং শিঙাৰ মাত
ও সেঙ নাঙ ত’ই নাচনী
বৰ্দৈচিলা ত’তে নাইকীয়া গাত
ও সেঙ নাঙ
মই ঢুলীয়া ৰংপুৰীয়া
চেও চাই বুলাবি পাক ও সেঙ নাঙ আমি বিহুৱা
ৰংপুৰৰ ঢুলীয়া চেও চাই বুলাবি পাক
Leave a Reply