Song: O Mure Jaan
Singers: Rakesh Reeyan & Meghali Borokha
Lyrics: Ganesh Gogoi
O Mure Jaan Lyrics
কিয় কৰা অভিমান
তোমালে মৰম
সাগৰৰ সমান
AssameseLyrical.com
ও মোৰে জান
বুজাবলে তান
তোমালে মৰম
আকাশৰ সমান
সাগৰে সপোন
তোমাকে দেখো
উশাহে নিশাহে
তুমিয়েই বুকুত
টুপোনিতে লো
তোমাৰ নাম
ও মোৰে জান
ও মোৰে জান
আঙুলিৰ ফাকতে
আঙুলি থৱোনা
অভিমান সামৰি
সাবতি লোৱানা
আঙুলিৰ ফাকতে
আঙুলি থৱোনা
অভিমান সামৰি
সাবতি লোৱানা
সুখে দুখে কাষত
থাকিম আজীৱ্ন
তোমাৰে হয় মাথো মই
তোমাৰে থাকিম
ও মোৰে জান
নকৰিবা অভিমান
তোমালে মৰম
সাগৰৰ সমান
আপোন বুজাবলে
মাথো তুমি এ
ভয় লাগে জান ঔ
গলে দুৰেলে
আশা ভৰষা
জানা তুমি এ
জীয়াই আছু জান ঐ
মাথো তোমালে
তোমাৰে খং অভিমান
তুমি এ তো জান
তোমাৰ মৰম বোৰ
মোৰ স্বাভিমান
দুৰ নকৰিবা
ও মোৰে জান
ও মোৰে জান
ও মোৰে জান
ন্কৰিবা অভিমান
তোমালে মৰম
সাগৰৰ সমান
তোমালে মৰম আকাশৰ সমান
Leave a Reply