Nasoni Dhuniya Lyrics |
Song: Nasoni Dhuniya
Singer: Jishu Raj
Nasoni Dhuniya Lyrics
ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা
আৰু যে ধুনীয়া
মুগা ৰিহা মেখেলা
ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা
আৰু যে ধুনীয়া
মুগা ৰিহা মেখেলা
দেখি মোৰ গাবলে মনে যায় বহাগৰে গান
নোৱাৰি থাকিব আঁতৰি জান ঐ জান
ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা ঐ
AssameseLyrical.com
মোৰ ফুলনিৰ ফুল হলে
সজাই থলো হেঁতেন জান ঐ
ফুলদানি কৰী
মোৰ পথাৰৰ ধান হলে
সাঁচি থলোঁ হেঁতেন ভঁৰালত লখিমী কৰী
দেখি মোৰ গাবলৈ মন যায়
বহাগৰে গান
নোৱাৰি থাকিব আঁতৰি
জান ঐ জান
ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা ঐ
ঐ নাচনী নামৰূপতে বহু কথাই জানা
নে ঐ জান নে
এ হেনো দিনে ধৰি পেলালা প্ৰেমতে
ঐ বুজা নে
দেখিলে গাবলৈ মনে যায়
বহাগৰে গান
নোৱাৰি থাকিব আঁতৰি
জান ঐ জান
Leave a Reply