Thakim Tumar Hote Hukhot Lyrics |
Song: Thakim Tumar Hote Hukhot
Singer: Meghali Borokha, Joy Nirvan
Thakim Tumar Hote Hukhot Lyrics
দুটি জীৱ্নৰে এখনি তুলুঙা নাওঁ
তুমি য’তেই যোৱা মইও লগতে যাওঁ
আমি সজালোঁ চকুতে চকু থৈ
সপোন এটি তাতেই তুমি মই
তোমালৈ মৰম জাগে
তোমালৈ চেনেহ জাগে
তোমাক পালে সঁচাকৈ
একোৱেই চোন নালাগে
তোমালৈ মৰম জাগে
তোমালৈ চেনেহ জাগে
তোমাক পালে সঁচাকৈ
একোৱেই চোন নালাগে
AssameseLyrical.com
জান ঐ জান ঐ..
জান ঐ জান ঐ..
জান
জান ঐ জান ঐ..
জান ঐ জান ঐ
জান
থাকিম তোমাৰ স’তে সুখত
মৰিলেও ভোকত
সেইয়া মানি লম !
বান্ধিম প্ৰেমৰ এনাজৰী
দুহাত ধৰি ধৰি বুঢ়া বুঢ়ী হ’ম
তুমিও আছা সেয়ে আছোঁ
তোমাৰ আৰু মোৰ এখনেই হৃদয়
তোমালৈ মৰম জাগে
তোমালৈ চেনেহ জাগে
তোমাক পালে সঁচাকৈ
একোৱেই চোন নালাগে
তোমালৈ মৰম জাগে
তোমালৈ চেনেহ জাগে
তোমাক পালে সঁচাকৈ
একোৱেই চোন নালাগে
জান ঐ জান ঐ
জান ঐ জান ঐ.
জান…
জান ঐ জান ঐ
জান ঐ জান ঐ
জান
Leave a Reply