Eta Kotha Kua Na Lyrics |
Song: Eta Kotha Kua Na
Singer: Zubeen Garg & Harchita Bhattacharya
Movie: Ratnakar
Eta Kotha Kua Na Lyrics
এটা কথা কোৱানা
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়…
এটা কথা কোৱানা
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়…
পাপো বুলি মাতানা
মাতি নিজক সুধানা
তুমি মোৰেই মুনুজনী হয় নহয়…
বুকুৰে আমঠু তুমিয়েই সকলো
নিজকে দেখোঁ তোমাৰে মাজত…
এটা কথা কোৱানা
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়…
AssameseLyrical.com
এপাহি সপোনৰ
তুমিয়েই আলহী
ৰদালি দিঠকৰ তুমিয়েই তুলসী
অ’… তৰালী আকাশৰ
তুমিয়েই পুৱতি
শেৱালি মৰমৰ
তুমিয়েই ধৰণি
ফুটুকী পখিলি
শোণিতৰ শেৱালি
তোমাতে আঁকো হৃদয়ৰ সাগৰ…
এটা কথা কোৱানা
চুই মোক চোৱানা
মই তোমাৰেনো হয় নে নহয়…
প্ৰতিটো সময়ৰ
তুমিয়েই চিনাকি
দুভৰি দুহাটত
তুমিয়েই সঁহাৰি
অ’…সুখৰো দুখৰো
তুমিয়ে লগৰী
সুবাসী দুচকুৰ
তুমিয়ে তৰালী
ফুটুকী হৰিণী
তুমিয়ে ধেমালি
তোমাতে পালোঁ আকাশৰ সাঁথৰ
এটা কথা কোৱা না
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়…
Leave a Reply