Category: তুমি আহিলে
-
Tumi Ahile (তুমি আহিলে) | Lyrics In Assamese | Deeplina Deka
Song Name: Tumi Ahile (তুমি আহিলে) Singer: Deeplina Deka Music: Trion Mahanta Mix-Mastered- Diganta Bordoloi Lyrics: Arshavik Tumi Ahile (তুমি আহিলে) | Lyrics In Assamese:– মোৰ মনত এপাহি গোলাপ, ৰ’লাহি তুমি গোপনে, তোমাৰ মৰম সনা চাওনিত, উশাহো বাঢ়িচে সঘনে || নিয়ৰৰ কোলাতে বহি, এটুপি সপোনো সৰে, তুমি আহিলে কাষলে || অৱেগৰ কহুৰণ ফালি, দুচকুৰে হিম নিগৰে, তোমাৰ কোমল পৰশতে মোৰ, বুকু উপচি পৰে || নিয়ৰৰ কোলাতে বহি, এটুপি সপোনো সৰে, তুমি আহিলে কাষলে || অৱেগৰ কহুৰণ ফালি, দুচকুৰে হিম নিগৰে, তোমাৰ কোমল পৰশতে মোৰ, বুকু উপচি পৰে || নিয়ৰৰ কোলাতে বহি, এটুপি সপোনো সৰে, তুমি আহিলে কাষলে || মোৰ মনত এপাহি গোলাপ, ৰ’লাহি তুমি গোপনে, তোমাৰ মৰম সনা চাওনিত,…