Category: Aaji Naba Xur Lyrics
-
Aaji Naba Xur Lyrics By Jyoti Prasad Agarwala
Song: Aaji Naba Xur (আজি নৱ সুৰ) Singer: Jyoti Prasad Agarwala Aaji Naba Xur Lyrics Aaji Naba Xur Lyrics:— আজি নৱ সুৰ লয় মান মাত্ৰা জাগ্ৰত জনতাৰ আলোক যাত্ৰা ৷ জনতাৰ ভোক জাগে জনতাৰ শোক জাগে বাসনা কামনা যত জাগে… জাগে……. জাগে বেলিৰ উদয় কোনে ৰুধিব পাৰে মানুহৰ প্ৰতাৰণাৰে ??? আশা জাগে ভাষা জাগে গান জাগে সুৰ…