Category: Ajoli Nobou

  • Lyrics – Soku Meli Nasaba (চকু মেলি নাচাবা) | Runjun Phukan | Ajoli Nobou

    Song: Soku Meli Nasaba (চকু মেলি নাচাবা) Singer: Runjun Phukan Movie: Ajoli Nobou Soku Meli Nasaba (চকু মেলি নাচাবা) Lyrics:— চকু মেলি নাচাবা অ, ৰ লাগি নাচাবা চকু মুদি চোৱাচোন দেখা পাবা তাতেই মন উতলাই কোনে চিৎ নচুৱাই ৰঙতে ৰঙিলী পখিলা  পৰেহি ফুলতে দেখিলা ফুলনি নাঁচিলে হালি-জালি হালি-জালি কোনে বাৰু চাই চাই আপোন পাহৰি নাজায় অ, মন মাৰি আছাচোন নোচোৱানো কেলৈ ক’ত মৰি যাওঁ মন পমি যায় ক’ত মৰি যাওঁ মন পমি যায় আৰু যে এখনি ফুলনি ফুলৰে হৈ আছে শুৱনি আশাৰে উলহি জকেমকি জকেমকি তালৈ আজি চাবলৈ জানো আপোন কোনো নাই আৰু যে এখনি ফুলনি ফুলৰে হৈ আছে শুৱনি আশাৰে উলহি জকেমকি জকেমকি তালৈ আজি চাবলৈ জানো আপোন কোনো নাই অ, জানো জানা কাষতে আছে মোৰ বুকুতে ধন সাঁচতীয়া মোৰ আছে বাট চাই…

  • Dhou Tuli Nasile Buku (ঢৌ তুলি নাচিলে বুকু) | Lyrics In Assamese | Dwipen Baruah | Runjun Phukan | Ajoli Nobou

    Song: Dhou Tuli Nasile Buku ঢৌ তুলি নাচিলে বুকু)  Singer: Dwipen Baruah & Runjun Phukan  Movie: Ajoli Nobou Dhou Tuli Nasile Buku ঢৌ তুলি নাচিলে বুকু) | Lyrics In Assamese:— ঢৌ তুলি নাচিলে বুকু দেখি কাৰ হৰিণী চকু নকওঁ নকওঁ মই কাকো কোৱা মানা জানো জানা ৰিব ৰিব বা  লাহি হালে জালে অ ৰূপহি ফুলৰে পাহি ৰিব ৰিব বা  লাহি হালে জালে অ ৰূপহি ফুলৰে পাহি কৰেনো অ…… দৰদি অ….. চাওনি অ… হৰিছে অ…. কৰেনো দৰদি চাওনি হৰিছে ইছাতি বিছাতি হিয়া উতলোৱা হাঁহি হুনা হুনা হুনা হুনা ঢৌ তুলি নাচিলে বুকু দেখি কাৰ হৰিণী চকু নকওঁ নকওঁ মই কাকো কোৱা মানা জানো জানা তুমি তুমি মোৰ কুনে ক’লে  চিনাকি মোৰ সুৰৰে বাঁহি তুমি তুমি মোৰ কুনে ক’লে  চিনাকি মোৰ সুৰৰে বাঁহি জানানে অ…. …