Category: Ami Sorai Bahi Lyrics
-
Ami Sorai Bahi Lyrics By Mintu Kumar Nath
Song: Ami Sorai Bahi (আমি চৰাইবাহী) Singer: Mintu Kumar Nath Ami Sorai Bahi Lyrics Ami Sorai Bahi Lyrics:— আমি চৰাইবাহী নিকেতনৰ জ্ঞান জ্যোতিৰ ৰেঙণি আছে আশা অলেখ অনন্ত ৰাখিম মান জননীৰ দশোদিশ পোহৰাই ৰাখিম মান অসম অসমীয়াৰ চানেকিৰে আমি চৰাইবাহী নিকেতনৰ জ্ঞান জ্যোতিৰ ৰেঙণি জ্ঞান জ্যোতিৰ ৰেঙণি … বহু আশা বুকুত বান্ধি পোৱাৰ সুৰুযৰ ৰাঙলীৰে ৰং তুলিকাৰ…