Category: Assamese Lyrics

  • Aji Janatar Duware Duware Lyrics By Jyoti Prasad Agarwala

    Song: Aji Janatar Duware Duware (আজি জনতাৰ দুৱাৰে দুৱাৰে) Singer: Jyoti Prasad Agarwala Aji Janatar Duware Duware Lyrics Aji Janatar Duware Duware Lyrics:— আজি জনতাৰ দুৱাৰে দুৱাৰে  নতুন মন্ত্ৰ মাতি ফুৰে চিৰসুন্দৰ সেইহে জনতা জাগি আলোকমুখী হৈ গায় গায় মহাজীৱনৰ ৷ বহু বহু যুগৰ, চকুপানীয়ে প্ৰলয়ৰ ৰূপ ধৰি উত্ৰাৱল হৈ পখালিলে গৈ চিৰসুন্দৰৰ ভৰি ৷ সেইহে নামি…

  • Aaji Jaga Mur Matri Lyrics By Jyoti Prasad Agarwala

    Song: Aaji Jaga Mur Matri (আজি জাগা মোৰ মাতৃ ) Singer: Jyoti Prasad Agarwala Aaji Jaga Mur Matri Lyrics Aaji Jaga Mur Matri Lyrics:— আজি জাগা মোৰ মাতৃ  জাগা আজি জোনাকী বাটৰ যত  শকতিৰূপিনী অভিযাত্ৰী ৷ আন্ধাৰৰ সতে শেষ সংগ্ৰামৰ বাবে জাগা জননী জাতি… প্ৰালয়িকী ছন্দে… অভিনৱ জীৱনৰ সুৰ লয় তালে মানে আলোকময়ী গানে গন্ধে ৷ জাগা…

  • Aji Jagroto Bharot Lyrics By Jyoti Prasad Agarwala

    Song: Aji Jagroto Bharot (আজি জাগ্ৰত ভাৰত) Singer: Jyoti Prasad Agarwala Aji Jagroto Bharot Lyrics Aji Jagroto Bharot Lyrics:—- আজি জাগ্ৰত ভাৰত পোহৰৰ গানে গানে জানো জনতাৰ মহাপ্ৰাণ যুগ যুগ সঞ্চিত স্বাধীনতা হীনৰ জানো জ্বালাময়ী অভিযান আজি যত ত্যাগীৰ প্ৰদীপ্ত কপালৰ অৰুণাৱলীয়ে হাঁহি দলিতৰ ঘৰ পোহৰায় মহা পোহৰৰ বাটে মোহন গান্ধী গলে পৃথিৱীক বাট দেখুৱায় ৷ ৰামধেনু…

  • Aji Duware Duware Lyrics By Jyoti Prasad Agarwala

    Song: Aji Duware Duware (আজি দুৱাৰে দুৱাৰে) Singer: Jyoti Prasad Agarwala Aji Duware Duware Lyrics Aji Duware Duware Lyrics:– আজি দুৱাৰে দুৱাৰে কিহৰ বাতৰি ফুৰে আজি, কোনে কথা পাতে, পুৱতি নিশাৰে কোনে কথা পাতে সন্ধিয়াৰে ? আজি অসীমৰ, সুনীল গন্ধ  হাতত সাৰে ভৰিত সাৰে আহিছে গৈছে, বাৰে বাৰে মোৰ গানে যে তাক, চিনি নাপাই চিনি পাই মোৰ…

  • Aaji Naba Xur Lyrics By Jyoti Prasad Agarwala

    Song: Aaji Naba Xur (আজি নৱ সুৰ) Singer: Jyoti Prasad Agarwala Aaji Naba Xur Lyrics Aaji Naba Xur Lyrics:— আজি নৱ সুৰ লয় মান মাত্ৰা জাগ্ৰত জনতাৰ আলোক যাত্ৰা ৷ জনতাৰ ভোক জাগে জনতাৰ শোক জাগে বাসনা কামনা যত জাগে… জাগে……. জাগে বেলিৰ উদয় কোনে ৰুধিব পাৰে মানুহৰ প্ৰতাৰণাৰে ??? আশা জাগে ভাষা জাগে গান জাগে সুৰ…

  • Aji Puwaoti Kihore Aaroti Lyrics By Jyoti Prasad Agarwala

    Song: Aji Puwaoti Kihore Aaroti (আজি পুৱতি কিহৰে আৰতি ) Singer: Jyoti Prasad Agarwala Drama: Nimati Koina  Aji Puwaoti Kihore Aaroti Lyrics Aji Puwaoti Kihore Aaroti Lyrics:— আজি পুৱতি কিহৰে আৰতি  কি নবীন বীনা বাজে…. পোহৰৰ বাটে বাটে হে মৌন অতিথি ! আহিলা কি অভিনৱ সাজে ? নিদ্ৰিত নৱতম পৃথিৱী জানো (তোৰ) বৰ্ষনক্ষৰিত সেই জ্যোতি-প্ৰভাততে পুন্য স্নান…

  • Aji Manuhor Dhuniya Xopun Lyrics By Jyoti Prasad Agarwala

    Song: Aji Manuhor Dhuniya Xopun (আজি মানুহৰ ধুনীয়া সপোন) Singer: Jyoti Prasad Agarwala Aji Manuhor Dhuniya Xopun Lyrics Aji Manuhor Dhuniya Xopun Lyrics:— আজি মানুহৰ ধুনীয়া সপোন নামে পৃথিৱীলৈ নামে নতুন ৰূপৰ নতুন গুণৰ বাৰিষা নামিছে অবিৰামে ৷ আন্ধাৰত বহি বিশ্বমানৱে আছিলে সপোন দেখি মাটিৰে পানীৰে তাক সাজিবলে’ আছিলে লেখাক লেখি সপোনে মেলিব দিঠকত চকু বিশ্বজনতাৰ জুৰাব…

  • Aji Silpibur Jagibo Lagibo Lyrics By Jyoti Prasad Agarwala

    Song: Aji Silpibur Jagibo Lagibo (আজি শিল্পীৰূপেৰে জাগিব লাগিব) Singer: Jyoti Prasad Agarwala Aji Silpibur Jagibo Lagibo Lyrics  Aji Silpibur Jagibo Lagibo Lyrics:– আজি শিল্পীৰূপেৰে জাগিব লাগিব জগত জনতা আজি কবিটি হৈ ৰবিটি হৈ জ্বলিব লাগিব বিশ্বজনতা ৷ আজি সকলো দীনতা সকলো নীচতা সকলো শঠতা, সকলো ভীৰুতা বৰ্ব্বৰতা চিৰকাললৈ আঁতৰাই থৈ ফুলাব লাগিব নিৰ্ম্মলতা সুন্দৰতা জ্বলন্ত সততাৰে,…

  • Aji Houk Puhoror Puja Lyrics By Jyoti Prasad Agarwala

    Song: Aji Houk Puhoror Puja (আজি হওঁক পোহৰৰ পূজা ) Singer: Jyoti Prasad Agarwala Aji Houk Puhoror Puja Lyrics Aji Houk Puhoror Puja Lyrics:— আজি হওঁক পোহৰৰ পূজা    আজি গীত হওক যত অন্তৰ পদুমৰ গন্ধবাহী গান আগেয়ে নোগোৱা কোনোৱে নুবুজা আজি হওক পোহৰৰ পূজা ৷ জাগা যত জীৱনৰ সোণাময় সুকুমাৰ বেদনা আজি উচুপি উঠক যত সাৰ…

  • Amar Gaonor Go Baat Lyrics By Jyoti Prasad Agarwala

    Song: Amar Gaonor Go Baat (আমাৰ গাঁৱৰ গো বাট ) Singer: Jyoti Prasad Agarwala Amar Gaonor Go Baat Lyrics Amar Gaonor Go Baat Lyrics:— আমাৰ গাঁৱৰ গো বাট  তাত শিমলুৰ ৰঙা পাপৰি সৰে হালধীয়া সৰা পাতত কোনোবা ফুৰে কোনোবা ঘূৰে মৰ মৰ কৰে ৷ আমাৰ গাঁৱৰ গো বাট তাত গাঁৱলীয়াৰ ভালপোৱাই মেলে মৰম নাট ৰাতিটোলৈ ইচাট বিচাট…