Category: Assamese Lyrics
-
Jilmil Jun Jole Kopalot Lyrics By Charu Gohain
Song: Jilmil Jun Jole Kopalot (জিলমিল জোন জ্বলে কপালত) Singer: Charu Gohain Music: Charu Gohain Jilmil Jun Jole Kopalot Lyrics Jilmil Jun Jole Kopalot Lyrics:– জিলমিল জোন জ্বলে কপালত তিৰবিৰ তৰা জ্বলে নয়নত মোৰো যে হৃদয় জ্বলে তোমাৰে নিবিড় মৰমত জিলমিল জোন জ্বলে কপালত তিৰবিৰ তৰা জ্বলে নয়নত মোৰো যে হৃদয় জ্বলে তোমাৰে নিবিড় মৰমত…
-
O Ma Moi Rati Hopunot Lyrics By Jyoti Prasad Agarwala
Song: O Ma Moi Rati Hopunot (অ’ মা মই ৰাতি সপোনত) Singer: Jyoti Prasad Agarwala O Ma Moi Rati Hopunot Lyrics O Ma Moi Rati Hopunot Lyrics:— অ’ মা মই ৰাতি সপোনত কি দেখিলোঁ জান’ তই যে মা কেতিয়াবা মোক দিবলৈ আন’ সৰু সৰু কাঠৰ ঘোঁৰা নেজডাল যে মোটোক মৰা তেনেকুৱাই পিছে হলে ঠেঙত পাখি লগা দেখিবলৈ…
-
Iman Sonoka Thunuka Lyrics By Jyoti Prasad Agarwala
Song: Iman Sonoka Thunuka (ইমান চনকা ঠুনুকা) Singer: Jyoti Prasad Agarwala Iman Sonoka Thunuka Lyrics Iman Sonoka Thunuka Lyrics:— ইমান চনকা ঠুনুকা জুনুকা পিন্ধি চৰণত ৰুণুক জুনুককৈ নিজৰাৰ দৰে জুৰজুৰণিৰে জিৰজিৰণিৰে কুলকুলনিৰে ক’লৈ গৈছ বৈ মৌ মাখিটোৰ গুণগুণনিৰে কি গান গাইছ ঐ! মনত জ্বলা মণিকা ক্ষণত জ্বলা ক্ষণিকা মৌ চাওঁতেই নোহোৱা হ’লি বিজুলি বেগেৰে গ’লি খন্তেক’লে জ্বলি…
-
Iman Sobi Okoloiye Toi Lyrics By Jyoti Prasad Agarwala
Song: Iman Sobi Okoloiye Toi (ইমান ছবি অকলৈয়ে তই) Singer: Jyoti Prasad Agarwala Iman Sobi Okoloiye Toi Lyrics Iman Sobi Okoloiye Toi Lyrics:— ইমান ছবি অকলৈয়ে তই কেনেকে’ আঁকিলি ইমান তৰা আকাশে আকাশে কেনেকে’ লিখিলি? ইমান প্ৰাণৰ বিৰাট মেলা কেনেকে’ পাতিলি শেষ নোহোৱা ধেমালিলে’ মোকো মাতিলি ৰূপে ৰূপে যাওঁ, মই জ্বলি জ্বলি অৰূপত তই জ্বলিছ উজলি ৰূপ…
-
O Janata Lyrics By Jyoti Prasad Agarwala
Song: O Janata (অ’ জনতা) Singer: Jyoti Prasad Agarwala O Janata Lyrics O Janata Lyrics:– অ’ জনতা ! তই বিচৰা অৰুণ-জ্যোতি আহে বিয়পালে ৰঙা পোহৰ বিশ্বভুবনতে লাহে লাহে তোৰ কপালত জিলিক্ মাৰি মিচিক্ মিচিক্ হাঁহে হাঁহে হাঁহে হাঁহে সি তোৰ, আগচোতালত হাঁহে সি…
-
O Prithibir Kobi Lyrics By Jyoti Prasad Agarwala
Song: O Prithibir Kobi (অ’ পৃথিৱীৰ কবিৰ) Singer: Jyoti Prasad Agarwala O Prithibir Kobi Lyrics O Prithibir Kobi Lyrics:— অ’ পৃথিৱীৰ কবিৰ কথা কেতিয়া বুজিবি তই? কত কবি গ’ল টুকি চকুপানী দুৱাৰে দুৱাৰে ৰৈ অ’ পৃথিৱীৰ কবিৰ কথা কেতিয়া বুজিবি তই? যুগে যুগে আহি, কত গান গাই কতবাৰ ঘূৰি গ’লো ভাগৰি-জুগৰি নিজেই নিচুকি পদূলিত পৰি ৰ’লো ৷…
-
O Prithibi Aru Kiman Din Lyrics By Jyoti Prasad Agarwala
Song: O Prithibi Aru Kiman Din (অ’ পৃথিৱী আৰু কিমান দিন) Singer: Jyoti Prasad Agarwala O Prithibi Aru Kiman Din Lyrics O Prithibi Aru Kiman Din Lyrics:— অ’ পৃথিৱী আৰু কিমান দিন মই বজাব লাগিব বীণ? তোৰ বুলনিত আপোন পাহৰা শিল্পী জগাবলৈ আন্ধাৰত তই বহুতো বেহালি আহ এতিয়া পোহৰলৈ যেনেকৈ তই বিদায় কৰিলি অসুৰ দানৱ যক্ষ ৰক্ষ…
-
O Mur Puhor Boragi Lyrics By Jyoti Prasad Agarwala
Song: O Mur Puhor Boragi (অ’ মোৰ পোহৰ বৰাগী) Singer: Jyoti Prasad Agarwala O Mur Puhor Boragi Lyrics O Mur Puhor Boragi Lyrics:— অ’ মোৰ পোহৰ বৰাগী মানুহে তোক বোলে বলীয়া ৷ তোৰ লগ থাকোতেও, লগ নাইকীয়া মানুহৰ মাজতো অকলশৰীয়া জোনাকীবাটৰ চিৰবাটৰুৱা অ’ মোৰ পোহৰ বৰাগী মানুহে তোক বোলে বলিয়া ৷ তোৰ যে মনৰ থিৰ পদুমত জ্ঞানৰ…
-
O Xokhi Aji Joubon Lyrics By Jyoti Prasad Agarwala
Song: O Xokhi Aji Joubon (অ’ সখী আজি যৌৱন) Singer: Jyoti Prasad Agarwala O Xokhi Aji Joubon Lyrics O Xokhi Aji Joubon Lyrics:—- অ’ সখী আজি যৌৱন বন জুৰি বন-বসন্ত মুঞ্জৰি পাতে বৰণৰে মেলা, হাঁহা সখী মোৰ হাঁহা সখী মোৰ হাঁহিৰে ফাকু…
-
O Xokhi Ahibo Piya Lyrics By Jyoti Prasad Agarwala
Song: O Xokhi Ahibo Piya (অ’ সখী আহিব পিয়া) Singer: Jyoti Prasad Agarwala O Xokhi Ahibo Piya Lyrics O Xokhi Ahibo Piya Lyrics:— অ’ সখী আহিব পিয়া ৰূপহী জোনৰে কিৰণ জকেমকাই বিৰিখৰ পাততে আহিব পিয়া সখীৰে চকুৰে নিয়ৰ জকেমকাই লাৱনী গালত আহিব পিয়া আমাৰে সখীয়া ইনাই বিনাই বিৰহ-বেদনাতে মিলন বাসনাতে আহিব পিয়া ৷৷