Category: old assamese song

  • Mur Ganor Xote Lyrics By Jyoti Prasad Agarwala

    Song: Mur Ganor Xote (মোৰ গানৰ সতে) Singer: Jyoti Prasad Agarwala Mur Ganor Xote Lyrics Mur Ganor Xote Lyrics:— মোৰ গানৰ সতে সুৰৰ সতে যি যি ছন্দ যায় তোৰ তেজৰ সোঁতত সঞ্চাৰ জগায় তাৰ চৰণত সোণৰ জুনুকা নাই৷ তাৰ সপোনলে’ সুন্দৰ নামি ক’লেহি নতুন কথা প্ৰাণত জাগিলে সেই কথা শুনি বিশ্ব বিয়পা ব্যথা, সেই বেদনাত উন্মাদ হৈ…

  • Sip Sip Borokhunot Lyrics By Zubeen Garg

    Song: Sip Sip Borokhunot (চিপ্ চিপ্ বৰষুণত) Singer: Zubeen Garg Sip Sip Borokhunot Lyrics Sip Sip Borokhunot Lyrics:— চিপ্ চিপ্ বৰষুণত তিতাৰে পৰা ঢিপ্ ঢিপ্ বুকুখনি কঁপিছে জানা কিনো আবেগতে মিঠা সুবাসতে মন আজি উতলা ব’হাগৰে বতৰা ক’তে মৰো মৰো ক’তে নো গৈয়ে মৰো বুকুখন কঁপিছে মিঠা আবেগতে দীঘলতি মাখিয়তী জেতুলি পকা তুমি বাৰু বুজিছানে মনৰে কথা…

  • Jilmil Jun Jole Kopalot Lyrics By Charu Gohain

    Song: Jilmil Jun Jole Kopalot (জিলমিল জোন জ্বলে কপালত) Singer: Charu Gohain Music: Charu Gohain Jilmil Jun Jole Kopalot Lyrics Jilmil Jun Jole Kopalot Lyrics:– জিলমিল জোন জ্বলে কপালত তিৰবিৰ তৰা জ্বলে নয়নত মোৰো যে হৃদয় জ্বলে তোমাৰে নিবিড় মৰমত জিলমিল জোন জ্বলে কপালত তিৰবিৰ তৰা জ্বলে নয়নত মোৰো যে হৃদয় জ্বলে তোমাৰে নিবিড় মৰমত…

  • O Prithibi Lyrics By Jyoti Prasad Agarwala

    Song: O Prithibi (অ’ পৃথিৱী) Singer: Jyoti Prasad Agarwala O Prithibi Lyrics O Prithibi Lyrics:— অ’ পৃথিৱী, শিল্পীক তই অ’ পৃথিৱী, শিল্পীক তই মৰমকে কৰা নাই আদিৰ পৰা অনাদিলে’ শিপ্লীদলেই মনে প্ৰাণে আশাশুধীয়া চেনেহৰে তোক যে ভাল পায় ৷ নিজৰ তেজত বৰণ মাৰি সাধনাৰে মন্ত্ৰ জাৰি ভোক পিয়াহো কাতি কৰি তোৰ মুখনি ধুনীয়া কৰি যায় ৷ আন…

  • Srimoyee Axomir Lyrics | Samabeta Sangeet

    Song: Srimoyee Axomir (শ্ৰীময়ী অসমীৰ) – Samabeta Sangeet Srimoyee Axomir Lyrics Srimoyee Axomir Lyrics:— শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উচবৰ মধু আলোড়ন । শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উচবৰ মধু আলোড়ন । জাগে গম্ভীৰ গিৰিবৰ, প্ৰান্তৰ মনোহৰ, গম্ভীৰ গিৰিবৰ, প্ৰান্তৰ মনোহৰ । সুন্দৰ বন-উপবন ভেদাভেদ পৰিহৰি, কত জাতি উপজাতি, ভেদাভেদ পৰিহৰি, কত জাতি উপজাতি । মহাপীঠ…

  • Zubeen Garg – Pakhi Pakhi (পাখি পাখি) | Lyrics In Assamese

    Song: Pakhi Pakhi (পাখি পাখি)Singer: Zubeen Garg Pakhi Pakhi (পাখি পাখি) || Lyrics In Assamese:– পাখি পাখি এই মন  পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি  উৰি পাখি মেলি যা উৰি জাকি মাৰি গৈ নাম  এৰি অহা পদূলিত বূটলি আন ল’ৰালি উৰি পাখি মেলি যা উৰি দেউতাৰ হাঁহিৰে আইৰ সতে উমলি ৰ’দে বৰষুণে ধেমালি আজলি সেই আৱেলি উৰি পাখি মেলি যা উৰি দোকমোকালি মোৰ পঢ়াশালি ইংৰাজি অংক তপিনাত এছাৰি খিৰিকীৰ ফাকেৰে মুকুতিৰ আৱেলি ঘৰলৈ উভতি খেলা মৰা মৰি দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু পঢ়া টেবুলত ভাগৰৰ টোপনি আইৰ নিচুকনি মৰমৰ বুলনি পাখি পাখি এই মন  পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি  উৰি পাখি মেলি যা উৰি জোনমনি, ৰূণজোন তেতিয়া চকুত জোন নিভাজ আৱেগত টোপা-টোপে সৰে সোন সাঁতুৰি নাদুৰি এটি এটি ৰাতি-দিন খেলা লুকা-চুৰি নিজকে বিছাৰো কোন ৰঙা-নীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতা গানৰে সলিতা অকলে বুকুতে চকুলোঁ বুটলি পাখি পাখি এই মন  পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি …

  • Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Assamese Lyrics | Dr. Bhupen Hazarika

    Song Name: Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Singer Name: Dr. Bhupen Hazarika Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Assamese Lyrics:– আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বর্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্রামত, বিচাৰোঁ মৰমৰ মাত এষাৰ……. মহা মহা সাগৰৰে, ক’তনা লহৰ লেখিলোঁ, মহা মহা নগৰীতে, কতনা বাট হেৰুৱালোঁ, মৰম জ্যোতিৰ পম…

  • Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে) Lyrics | zubeen Garg

    Song Name: Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে)Singer: Zubeen GargAlbum: Hiya Diya Niya Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে) Lyrics:: নহ’লে পৰিচয় হিয়াৰে, চিনাকি জানো কোনো হ’ব পাৰে, নহ’লে পৰিচয় হিয়াৰে, চিনাকি জানো কোনো হ’ব পাৰে,ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোতেই,অচিনা পানচৈ লাগিলেহি ঘাটতে মোৰ অজানিতে,দোলনি দিলে নুবুজাকে মনতে মোৰ গুপুততে,যৌৱনে ক’লে আজি সেয়াই,হিয়া দিয়া নিয়া….হিয়া দিয়া নিয়া…. প্ৰথম…

  • Jonake Bisare Ki (জোনাকে বিচাৰে কি ) Lyrics | Angaraag Mahanta

    Song Name: Jonake Bisare Ki (জোনাকে বিচাৰে কি)Singer: Angaraag Mahatnta Jonake Bisare Ki (জোনাকে বিচাৰে কি ) Lyrics::: জোনাকে বিচাৰে কি, ফাগুনী বতাহে সোৱৰাই কি, তোমাকে তোমাকে তোমাকে তোমাকে, তোমাকে তোমাকে তোমাকে তোমাকে,জোনাকে বিচাৰে কি ….. দোকমোকালি পুৱা কুলিৰ বিননি, বেদনাই আহি দুচকু তিয়ায়, ডাৱৰে আৱৰে সপোন মোৰ, বতাহে নিলে উৰুৱাই, জোনাকে বিচাৰে কি….. জোনাকৰ ৰাতি তিৰবিৰ…