Category: Assamese Song

  • Ghar Amar Mati Hoi Lyrics | Bhupen Hazarika

    Song: Ghar Amar Mati Hoi (ঘৰ আমাৰ মাটি হয়) Singer: Bhupen Hazarika Ghar Amar Mati Hoi Lyrics Ghar Amar Mati Hoi Lyrics:— ঘৰ আমাৰ মাটি হয় মাটিয়েই ঘৰ; বাটেই আমাৰ আপোন হয় আপোনেই পৰ। এটি মিঠা জীৱন, এটি জীৱিকাৰ বাট ৰাজপথে এৰাবাটে; এষাৰি মৰমী মাত; বিচাৰোঁতেই দিন যায়, কৰি দাম-দৰ।। চোৰাং কʼলা বজাৰতে, বহু কʼলা ধন পাবা…

  • Xamayar Agragati Lyrics | Bhupen Hazarika

    Song:  Xamayar Agragati (সময়ৰ অগ্ৰগতি) Singer: Bhupen Hazarika Xamayar Agragati Lyrics Xamayar Agragati Lyrics:— সময়ৰ অগ্ৰগতি পক্ষীৰাজত উঠি যাওঁ মই নতুন দিগন্তলৈ হাঁহিমুখে হাঁহিমুখে জ্যোতিক শিৰত তুলি আহে দিন বাজে বীণ নিৰাশাবিহীন আহে বীণ বাজে বীণ নিৰাশাবিহীন নাই আক্ষেপ কোনো পোৱা নোপোৱাৰ সমূখত পোহৰৰ জলন্ত জোৱাৰ ৷ সত্যক সাৰথি কৰি আহে দিন যায় দিন বিৰামবিহীন আহে দিন…

  • Ei Akakh Bor Bixal Lyrics | Jayanta Hazarika

    Song:  Ei Akakh Bor Bixal (এই আকাশ বৰ বিশাল) Singer: Jayanta Hazarika Ei Akakh Bor Bixal Lyrics Ei Akakh Bor Bixal Lyrics:—- এই আকাশ বৰ বিশাল এই পথাৰ বৰ ৰসাল, তেৱো কিয় লাগে উকা তেৱো কিয় লাগে উকা মোৰ মন পথাৰতে তই ৰ’বি হৈ জীপাল…. আহ… উৰি আহ…. অ’ সজল মেঘ, চা… জুমি চা… অ’ কোমল মেঘ…

  • Kohuwa Kumol Lyrics | Bhupen Hazarika

    Song: Kohuwa Kumol (কঁহুৱা কোমল) Singer: Bhupen Hazarika Kohuwa Kumol Lyrics Kohuwa Kumol Lyrics:— কঁহুৱা কোমল উশাহ মোৰ বন্ধ হʼব খুজিছে, বন্ধ আকাশ গলি গলিহে বন্দিনী ৰূপে আহিছে।। উশাহ কিহৰ মিঠা মৰমৰ আকাশ কিহৰ মিঠা প্ৰণয়ৰ ব্যাখ্যা কৰাৰ চেষ্টা মিঠা পিছে দুটি প্ৰাণৰ এটি প্ৰণয়ৰ সংগম আৰু মিঠা উন্মুক্ত আকাশ গলি গলি যেন আলিঙ্গন হৈ পৰিছে।। যুগ-যুগান্তৰৰ…

  • Xendur Xendur Prabhati Lyrics | Bhupen Hazarika

    Song: Xendur Xendur Prabhati (সেন্দুৰ সেন্দুৰ প্ৰভাতী) Singer: Bhupen Hazarika Xendur Xendur Prabhati Lyrics Xendur Xendur Prabhati Lyrics:– সেন্দুৰ সেন্দুৰ প্ৰভাতী সুৰুয মোৰ গালে মুখে পৰিছে পাহৰণিৰ কুঁৱলী ফালি সোঁৱৰণি যেন আহিছে। মনত পৰিছে যেন অস্ত বেলিৰ বিদায় সনা চাৱনি লগে লগে যেন দেখিছোঁ পুনৰ লৱণু কোমল মুখনি মন পথাৰৰ সেউজ শইচত মলয়াৰ মৃদু নাচোন মনত পৰিছে…

  • Jai Jai Axomir Lyrics | Bhupen Hazarika

    Song:  Jai Jai Axomir (জয় জয় অসমীৰ) Singer: Bhupen Hazarika Jai Jai Axomir Lyrics Jai Jai Axomir Lyrics:— জয় জয় অসমীৰ নতুন পুৰুষ জয় জয় শ্বহীদ বাহিনী পঁচাশীত লিখিলোঁ ত্যাগেৰে তোমাৰ মুক্তিৰ কাহিনী। মহাভাৰতৰ মহা অংগ অসমী আই আমাৰ কʼত সন্তানৰ শোণিত ঢালে নোপোৱাঁ তুলনা তুমি তাৰ। বহ্নিমান এই ব্ৰহ্মপুত্ৰ নৈ উপনৈ আৰু পাহাৰ-ভৈয়ামৰ মাচিলাঁ চকুপানী পঁচাশীত…

  • Dekha Nai Lyrics | Nirmal Prabha Bordoloi

    Song: Dekha Nai (দেখা নাই) Singer: Nirmal Prabha Bordoloi  Dekha Nai Lyrics Dekha Nai Lyrics:— দেখা নাই আগে এনে ছবি দেখা নাই শুনা নাই আগে এনে সুৰ শুনা নাই ফুলে মাতে ৰদে মাতে নিবিড় ছায়াই শান্তি যেন বৈ যায় বনে নিজৰাই পোৱা নাই এনে শিহৰন পোৱা নাই পোৱা নাই এনে শিহৰন পোৱা নাই মোৰ সপোনৰেযে সোণ বৰণীয়াযে…

  • Milonore Ei Xubho Lyrics | Bhupen Hazarika

    Song: Milonore Ei Xubho (মিলনৰে এই শুভ) Singer: Bhupen Hazarika Milonore Ei Xubho Lyrics Milonore Ei Xubho Lyrics:— অ’ …..অ’…..অ’…… মিলনৰে এই শুভ ক্ষণ পখিলা উৰাদি উৰে মন মৰমৰে এই আৱাহন জীৱনৰে মধুৰ লগন। লাজৰে বান্ধোন খুলি যায় যায় বুকুৱে সঁহাৰি পায় পায়। অমৃতময় এই আলিঙ্গন যেনে হৰগৌৰীৰ মহামিলন।। দয়াৱতী পাৰ্বতী আই নধৰিবা দোষ দায় । তোমাৰ…

  • Eiti Ba Kun Lyrics | Bhupen Hazarika

    Song: Eiti Ba Kun (এইটি বা কোন) Singer: Bhupen Hazarika  Eiti Ba Kun Lyrics  Eiti Ba Kun Lyrics:— এইটি বা কোন ওলালে সিংহ কেনি লুকালে নেগুৰ কটা শৃগাল আজি ৰাজসভালৈ যায়। পপীয়া তৰা ওলালে সূৰুষ কেনি লুকালে তপস্বী বিড়াল আজি নামঘৰলৈ যায়। গৰ্দ্দভৰে নৃপতি, গৰ্দ্দভে শোভে। ন্যায় এৰি নৃপতি, মৰে অতি লোভে।। কাউৰী সজাওঁ যদি গজৰাজ মুক্তাৰে…

  • Atitore Buronji Lyrics | Bhupen Hazarika

    Song: Atitore Buronji (অতীতৰ বুৰঞ্জী) Singer: Bhupen Hazarika Atitore Buronji Lyrics  Atitore Buronji Lyrics:– অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা-মহাৰজাৰ কথা। আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। মিছৰ দেশৰে নীল নৈৰ পাৰৰে ফাল্লাহীনে বিনালে কৈ কৃষকৰ বুকুৰে বেথা। মিছিছিপিৰ পাৰতে কপাহৰে খেতিতে নীগ্ৰো ‘জনে’ বিনালে কৈ মানুহৰ বৰণৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল.. লুইতৰে পাৰৰে গাঁৱৰে মৰিশালিত…