Category: Assamese Song

  • Jibonture Kandunkhini Lyrics | Bhupen Hazarika

    Song: Jibonture Kandunkhini (জীৱনটোৰে কান্দোনখিনি) Singer: Bhupen Hazarika Jibonture Kandunkhini Lyrics Jibonture Kandunkhini Lyrics:— জীৱনটোৰে কান্দোনখিনি নিজেই সাঁচি থলোঁ; জীৱনটোৰে হাঁহিখিনি বিলাই বিলাই দিলোঁ। শ্ৰোতা বন্ধু তুমিও অকণ লোৱাঁ।। হাঁহিখিনি পাবৰ বাবে বহুতো কান্দিলোঁ মাজে মাজে কান্দি কান্দি নিজেই হাঁহিলোঁ, বহুত কান্দোন, অলপ হাঁহিৰ এইয়ে জীৱন মেলা।। (সেয়ে) জীৱনটোৰে হাঁহিখিনি বিলাই বিলাই দিলোঁ।। শ্ৰোতা বন্ধু, তুমিও অকণ…

  • Tilai Tilai Ghuri Fure Lyrics | Bishnu Prasad Rabha

    Song: Tilai Tilai Ghuri Fure (টিলাই টিলাই ঘূৰি ফুৰে) Singer: Bishnu Prasad Rabha Tilai Tilai Ghuri Fure Lyrics Tilai Tilai Ghuri Fure Lyrics ডেকাকে ধুনীয়া দেখি থমকি থমকি নাচে তাই টিঙতে উজলি থমকি থমকি নাচে তাই টিঙতে উজলি পোৱালৰ ৰঙা মণি তাইৰে গাল দুখনি পোৱালৰ ৰঙা মণি তাইৰে গাল দুখনি বুকুত লৰি আভা ঢালি কৰে ৰাঙলী লাজতে লাজুকী…

  • O Bharotore Lyrics | Bhupen Hazarika

    Song: O Bharotore (অʼ ভাৰতৰে) Singer: Bhupen Hazarika O Bharotore Lyrics O Bharotore Lyrics:— অʼ ভাৰতৰে পঁজা ঘৰত নৈৰ পাৰত সোণ পথাৰত বাজক সুখৰ বাঁহী বাজক সুখৰ বাঁহী। পঞ্চনদী গোদাবৰী মহানদী আৰু কাবেৰীৰ সোঁতত উঠক ভাঁহি পৃথিৱী ঘূৰি বহু ফুৰি, এই ভাৰতৰ চৰণ চুমিম জনম জনম আহি। দূৰৈৰ আজান বাউলৰ গান মিঠা কলতান মৃদু তাল-মান বাজক আকাশ…

  • Aji Fagunor Puwa Lyrics | Parvati Prasad Baruva and Bhupen Hazarika

    Song: Aji Fagunor Puwa (আজি ফাগুণৰ পুৱা) Singer: Parvati Prasad Baruva and Bhupen Hazarika Aji Fagunor Puwa Lyrics Aji Fagunor Puwa Lyrics:— আজি ফাগুণৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে, আজি ফাগুণৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে; আবতৰতেই নীল আকাশত ক’লা ৰং কোনে সানিলে, মেঘে ওন্দোলাই আনিলে, আজি ফাগুণৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে; বসন্ত উৎসৱ নহ’ল পতা বসন্ত…

  • Bohag Mathu Lyrics | Bhupen Hazarika

    Song: Bohag Mathu (বʼহাগ মাথোঁ) Singer: Bhupen Hazarika Bohag Mathu Lyrics Bohag Mathu Lyrics:— বʼহাগ মাথোঁ এটি ঋতু নহয় নহয় বʼহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ বʼহাগ মাথোঁ বিহুতলী নহয় নহয় ই নিশা ফুলা ফুল বʼহাগেই আনি দিয়ে সমদল গতি নেওচি জাতি কুল ই প্রভেদক কৰে নাশ।। বʼহাগ এটি মাথোঁ মাকো…

  • O Bharotire Lyrics | Bhupen Hazarika

    Song: O Bharotire (অʼ ভাৰতীৰে) Singer: Bhupen Hazarika O Bharotire Lyrics O Bharotire Lyrics:— অʼ ভাৰতীৰে! অʼ পৃথিৱীৰে! স্বাধীনচিতীয়া দল ভাৰতী স্বাধীন হʼল। ঘিট্‌মিট্‌ এন্ধাৰ কংকালসাৰ অতীত অন্ত হʼল। অতীত নাশি নৱ জেউতি জিল্‌মিলায় জল্‌মল্‌।। অগ্ৰদূত সৱে যাম আগুৱাই তৰংগ সম কৰি কলকল পৃথিৱীৰ প্ৰগতিৰ হকে আমি পান কৰি দুখ হলাহল। সাম্যৰ মন্থন পাতিব লাগিব চূৰ্ণ কৰি…

  • Srimanta Sankore Lyrics | Zubeen Garg

    Song: Srimanta Sankore (শ্ৰীমন্ত শঙ্কৰে) Singer: Zubeen Garg Srimanta Sankore Lyrics Srimanta Sankore Lyrics:— পাৰ ভাঙি দিলে শ্ৰীমন্ত শঙ্কৰে বহে ব্ৰহ্মাণ্ডক ভেদি তৃষ্ণাতুৰ মানৱে বিচাৰি ফুৰিছে শান্তি অমৃতৰ নদী। শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ যাউতিযুগীয়া ৰূপতীৰ্থ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ এক অনেকৰ প্ৰীতি-তীৰ্থ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ বৈয়ে যায় মাজেদি ব্ৰহ্মপুত্ৰ। সাঁচিপাতে ভাষা দিছে চিফুঙে আশা দিছে ৰংঘৰে মেলিছে দুৱাৰ সমাজে…

  • Aji Mandir Duwar Lyrics | Bishnu Prasad Rabha

    Song: Aji Mandir Duwar (আজি মন্দিৰ দুৱাৰ) Singer: Bishnu Prasad Rabha Aji Mandir Duwar Lyrics Aji Mandir Duwar Lyrics:– আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা বহে মিলন উত্‍সৱ মেলা বহে মিলন উত্‍সৱ মেলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা শুনো মংগল আৰতিৰ গান শুনো মংগল…

  • Aji Jaga Mur Matri Lyrics | Jyoti Prasad Agarwala

    Song: Aji Jaga Mur Matri (আজি জাগা মোৰ মাতৃ) Singer: Jyoti Prasad Agarwala Aji Jaga Mur Matri Lyrics Aji Jaga Mur Matri Lyrics:— আজি জাগা মোৰ মাতৃ জাগা আজি জোনাকী বাটৰ যত শকতিৰূপিনী আৱিযাত্ৰী ৷ আন্ধাৰৰ সতে শেষ সংগ্ৰামৰ বাবে জাগা জননী জাতি… প্ৰালয়িকী ছন্দে… অভিনৱ জীৱনৰ সুৰ লয় তালে মানে আলোকময়ী গানে গন্ধে ৷ জাগা নৱ…

  • Raij Aji Bhawariya Lyrics | Bhupen Hazarika

    Song: Raij Aji Bhawariya (ৰাইজ আজি ভাৱৰীয়া) Singer: Bhupen Hazarika Raij Aji Bhawariya Lyrics  Raij Aji Bhawariya Lyrics:— ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ কোনে কি ভাও ল’বা আহাঁ সময় যে তাকৰ আখৰা নেলাগে, নেলাগে পোছাক নঙঠা হৈয়ে আহাঁ ভুকাতুৰ পেটতে গামোচা বান্ধি উন্মাদ হৈয়ে আহাঁ তেহে ৰহণ চৰিব নাটৰ কোনে কি ভাও ল’বা ,আহাঁ সময় যে তাকৰ…