Category: Baigyanik Sayabady Lyrics
-
Baigyanik Sayabady Lyrics By Jyoti Prasad Agarwala
Song:Baigyanik Sayabady Song:Jyoti Prasad Agarwala Baigyanik Sayabady Lyrics Baigyanik Sayabady বৈজ্ঞানিক ছায়াবাদী মোৰ এই গানবোৰ কোনে কোনে গাৱ অতীত বৰ্ত্তমান ভৱিস্যৰ ই তিনি দিঠকৰ সানমিহলিৰে ৰচা মোৰ ই সপোনাৱলী জানো চিনি পাৱ? নীহাৰিকা জীৱনৰপৰা মই যাত্ৰা কৰিলোঁ যুগান্তৰ সপোনত মন্ত্ৰ জাৰি দিঠকলে’ ৰূপ দিয়া ময়ে খনিকৰ৷ ময়ো লিখো সোঁৱৰণী নৱ ভৱিস্যৰ শিল্পী মই তিনিও কালৰ৷৷