Category: Bhupen Hazarika
-
Mur Kobitar Chanda Lagi Lyrics | মোৰ কবিতাৰ ছ্ন্দ লাগি | Bhupen Hazarika
Song: Mur Kobitar Chanda Lagi (মোৰ কবিতাৰ ছ্ন্দ লাগি) Singer: Bhupen Hazarika Mur Kobitar Chanda Lagi Lyrics:— মোৰ কবিতাৰ ছ্ন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকৰ গন্ধ লাগি সোনৰ সপোন ভাগেনে ভাগেনে ভাগেনে তোৰ সোনৰ সপোন ভাগেনে মোৰ কবিতাৰ ছ্ন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকৰ গন্ধ লাগি সোনৰ সপোন ভাগেনে ভাগেনে ভাগেনে তোৰ সোনৰ সপোন ভাগেনে তোৰ সোনৰ সপোন ভাগেনে নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে সেই উলাহত হৰষ লাগি হিয়াত নাচোন উঠেনে হিয়াত নাচোন উঠেনে কথা মালিকৰ গন্ধ লাগি সোনৰ সপোন ভাগেনে ভাগেনে ভাগেনে তোৰ সোনৰ সপোন ভাগেনে মোৰ কবিতাৰ ছ্ন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ বাজে মন বাঁহী মোৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ বাজে মন বাঁহী মোৰ সেই সুৰতেই শাঁত কৰি লৈ পৰিবনে হিয়া জুৰ সেই সুৰতেই শাঁত কৰি লৈ পৰিবনে হিয়া জুৰ ছেৱে ছেৱে ফুলে ফুলে গোন্ধতে আমোলমোল ছেৱে ছেৱে ফুলে ফুলে গোন্ধতে আমোলমোল সেই ছেৱতে পুলক জগাই…
-
O Kuliti Lyrics | অ’ কুলিটি | Bhupen Hazarika
Song: O Kuliti (অ’ কুলিটি) Singer: Bhupen Hazarika O Kuliti Lyrics:— অ’ কুলিটি কি গাইছাঁ পিয়া পিয়া পিয়া নহয় হিয়া দিয়া নিয়া কৌটিকালৰ বনানি অপাৰ নিজৰাৰ কঁপনি হেজাৰ আই ঐ, তুমি মোৰ নে কাৰোবাৰ কথা দিলোঁ, সদায় তোমাৰ এই আশাতে, আনন্দতে কিবা হয় ভুল মদাৰ গছত যেন, এজাৰৰে ফুল আগুৱাওঁ অহোৰাত্রি অনন্ত সুৰৰে যাত্রী নাহে যেন দুখ-ৰাত্রি হওঁক নিতে ন-সৃষ্টি তুমি গাই যোৱা গীত মই লিখোঁ মিঠা কবিতা সেউজৰে সৰক সোণালী সবিতা
-
Biswa Bijoy Nabajuwan Lyrics | বিশ্ববিজয়ী নৱ জোৱান | Bhupen Hazarika
Song: Biswa Bijoy Nabajuwan (বিশ্ববিজয়ী নৱ জোৱান) Singer: Bhupen Hazarika Biswa Bijoy Nabajuwan Lyrics:— বিশ্ববিজয়ী নৱ জোৱান বিশ্ববিজয়ী নৱ জোৱান শক্তিশালিনী ভাৰতৰ ওলাই আহাঁ, ওলাই আহাঁ সন্তান তুমি বিপ্লৱৰ সমুখ সমৰ সমুখতে মুক্তি যুঁজাৰু হুচিয়াৰ মৃত্য়ু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ
-
Xorotor Xeyali Lyrics | শৰতৰ শেৱালি | Bhupen Hazarika
Song: Xorotor Xeyali (শৰতৰ শেৱালি) Singer: Bhupen Hazarika Xorotor Xeyali Lyrics Xorotor Xeyali Lyrics:—- শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে শুকুলা ডাৱৰৰ উৰুৱাই মুকুতিৰ গীত গায় শৰালি জাকে নিয়ৰ বিন্দু হ’ল জীৱন দাপোন তাতেই দেখোঁ মই আশাৰ সপোন ক্ষুদ্ৰতে বিশালক যদি বিচাৰোঁ দেখিবা বিন্দুতে সিন্ধু থাকে শৰতৰ সৰাপাত কিয় বুটলিম ৰিক্ত ৰিক্ত মন কিয় আদৰিম বন্ধ বন্ধ সীমা কিমান সহিম মুগ্ধ মুগ্ধ মই আকাশ দেখি স্নিগ্ধ স্নিগ্ধ ফুল, মনেৰে লেখি মুক্ত মুক্ত কহুঁৱাৰ নাচোনে হহুৱায় নিৰাশাৰ ফাঁকে ফাঁকে
-
Siyangor Galong Lyrics | চিয়াঙৰ গালং | Bhupen Hazarika
Song: Siyangor Galong Lyrics (চিয়াঙৰ গালং) Singer: Bhupen Hazarika Siyangor Galong Lyrics Siyangor Galong Lyrics:— চিয়াঙৰ গালং লোহিতৰে খামটি আৰু টিৰাপৰে ৱানচুৱে মোক কিয় মাতিছে ? অসমীৰে পদূলি উদুলি যে মুদুলি মৰম চেনেহৰে হাট বহিছে আপতানি ভনীটিক ধৰিলোঁ সাবটি বেচেৰূপে নিলে মোক আথে-বেথে মাতি ক’লে: আজি কিয় ৰঙৰে চকুলো সৰিছে ? অ’ পাহাৰৰে তলিত ভৈয়ামৰে সীমাতে চিনাকী চিনাকী কি সবাহ বহিছে ? মনপা ককাইটিক ধৰিলোঁ সাবটি বিনিময়ত তেওঁ দিলে বুদ্ধৰে মূৰতি ক’লে : যুগ যুগৰ মিতিৰালিৰ ধ্বজা উৰিছে অ’ বহুদিনে নেদেখা পদম ইনু নক্তেই ‘আহ’ বুলি হিয়াৰে আপং যাচিছে একতাৰ বেহা কৰি ভাবিলোঁ ওভতোঁ উভতিয়ে চাই দেখোঁ আহিছে সিহঁতো ৰিঙিয়াই ক’লে মোক: কিছুবেলি ৰ’বি উভতি গৈ তই অসমীকে ক’বি – আজি পাহাৰে ভৈয়ামৰে কলিজা চিনিছে অ’ চেৰদুকপেন আৰু টাংচাই অঁকা আৰু বৰীয়ে চেনেহ এনাজৰীৰে বাটি কাঢ়িছে চিয়াঙৰে গালং লোহিতৰে খামটি টিৰাপৰে ৱাংছুৱে মোক কিয় মাতিছে ? অসমীৰে পদূলি উদুলি যে মুদুলি মৰম চেনেহৰে হাট বহিছে
-
Tumi Notun Purukh Lyrics | তুমি নতুন পুৰুষ | Bhupen Hazarika
Song: Tumi Notun Purukh (তুমি নতুন পুৰুষ) Singer: Bhupen Hazarika Tumi Notun Purukh Lyrics Tumi Notun Purukh Lyrics:—- তুমি নতুন পুৰুষ তুমি নতুন নাৰী অনাগত দিনৰ জাগ্ৰত প্রহৰী! কেঁচা জীৱন সোঁতক সিঞ্চন কৰি সজাবা সমাজ নিজ হাতেৰে গঢ়ি। এন্ধাৰ গলিত আলোক বৰষাৰ ঢালিবা তুমি উচ্ছল বাৰি।। মৃত্যুঞ্জয়ী তুমি কৰিবা দমন শোষকৰ দংশন নোহে চিৰন্তন। সঙ্কল্প তোমাৰ হ’বই…
-
Kune Jane Lyrics | কোনে জানে | Bhupen Hazarika
Song: Kune Jane (কোনে জানে) Singer: Bhupen Hazarika Kune Jane Lyrics Kune Jane Lyrics:— কোনে জানে তোমাৰ সপোন হ’ব নে পূৰণ ? আকাশতে থকাজনে লিখে কপালৰ লিখন | জীৱনৰে ছবি আঁকি কোনে সজাই দিব ? আকাশতে থকাজনে লিখে কপালৰ লিখন | জীৱন বীণাৰ আনন্দেৰে যদি খোজা বজাব হাঁহি হাঁহি বিধিৰ লিপি মানিলেই হ’ব| দুখত যদি হাঁহি…
-
Gaonre Jiyori (গাঁৱৰে জীয়াৰী) | Lyrics | Bhupen Hazarika
Song: Gaonre Jiyori (গাঁৱৰে জীয়াৰী) Singer: Bhupen Hazarika Gaonre Jiyori Lyrics Gaonre Jiyori (গাঁৱৰে জীয়াৰী) Lyrics:—- গাঁৱৰে জীয়াৰী সপোন সুন্দৰী গাঁৱতে সৰগ ৰচোঁ মই মাটিতে সৰগ ৰচোঁ মইদেৱতাই ৰ লাগি চায়। ধুনীয়া মন মোৰ কুমলীয়া বাহু দুটি মোৰ লহপহীয়া কাকনো সাবটিব খুজি অলিয়া-বলিয়া হয়। অ’……….. দেহাৰ বৰণ মোৰ চম্পাফুলীয়া চুলিৰ বৰণ মোৰ এন্ধাৰকʼলীয়া খোজত মলয়া বয়। গাঁৱৰে…
-
Godabari Noire Lyrics | গোদাবৰী নৈৰে | Bhupen Hazarika
Song: Godabari Noire (গোদাবৰী নৈৰে) Singer: Bhupen Hazarika Godabari Noire Lyrics Godabari Noire Lyrics:– গোদাবৰী নৈৰে পাৰৰে পৰাঅসমী আইলৈ যাচোঁ প্ৰণাম।সেইখন দেশ মোৰ দূৰণিৰ দেশতথাপি চিনাকি শুৱনি নামঅসমী আইলৈ যাচোঁ প্ৰণাম।। জোনাকৰে ৰাতি চাগেʼ অগ্নিগড়তঊষাজনীয়ে আজিও বিনায়মহাৰাষ্ট্ৰতো সীতাৰ বিলাপ শুনিপঞ্চৱটী বনে চকুলো সৰায়।।(হেনো) শঙ্কৰে দিছিলে মানৱী ধৰমদূৰ্জ্জেয় সাহ দিলে বীৰ লাচিতে।লোকপ্ৰিয় গোপীনাথে দিলেমুক্তিৰ মহা প্ৰৱাহ।মহাৰাষ্ট্ৰতো বীৰ শিৱাজীয়েতিয়াগি নৃপৰ…
-
Sorai Sikun Lyrics | চৰাই চিকুণ | Bhupen Hazarika
Song: Sorai Sikun (চৰাই চিকুণ) Singer: Bhupen Hazarika Sorai Sikun Lyrics Sorai Sikun Lyrics:—- চৰাই চিকুণ অʼ লীলা ৰহিলা তেলিয়া সাৰেং অʼ লীলা ৰহিলা মাছৰ চিকুণে মালি লীলা ৰহিলা আকৌ এদিন আহিলা, আহিয়ে যে গʼলাগৈ দিলা তামোল এখনি খালা তামোল এখনি লগালা লগালা মৰমৰ মাত। লʼ লʼ লতি তিল লʼ লʼ লতি তিল লতি তিল, লতি তিল,…