Category: Bhupen Hazarika

  • Junaki Poruwa Lyrics | জোনাকী পৰুৱা | Bhupen Hazarika

    Song: Junaki Poruwa (জোনাকী পৰুৱা) Singer: Bhupen Hazarika Junaki Poruwa Lyrics Junaki Poruwa Lyrics:— জোনাকী পৰুৱাৰ পোহৰ পোহৰে; প্ৰতিভা বৰুৱাই অকলে আগুৱাই। এখুজি দুখুজি, লাজুকী গতিৰে হৰিণী লেখিয়া, থমকি কিয় ৰয়? সিফালৰ পৰা সৌ দিগন্ত ওলালে প্ৰতিভাই আৱেগত সাবটি ধৰিলে, লাজতে মৰহি যায়। প্ৰতিভা বৰুৱাই, আমালৈতো নাচায় বন্ধু বʼলাঁ যাঁ, আপোন ঘৰলৈ কি হʼব গীটাৰ বজাই। অʼ…

  • Osto Akakhore Lyrics | অস্ত আকাশৰে | Bhupen Hazarika

    Song: Osto Akakhore (অস্ত আকাশৰে) Singer: Bhupen Hazarika Osto Akakhore Lyrics Osto Akakhore Lyrics:— অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়। কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে ময়ূৰপংখী ৰহণবোৰ দিয়ে ছটিয়ায়। দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস কত যুগৰ, শত আশা-নিশাৰে নিশ্বাস। লক্ষ্য যদি দিগন্ত শিল্পী হে’ তোমাৰ…

  • O Mising Dekati Lyrics | অʼ মিচিং ডেকাটি | Bhupen Hazarika

    Song: O Mising Dekati (অʼ মিচিং ডেকাটি) Singer: Bhupen Hazarika O Mising Dekati Lyrics O Mising Dekati Lyrics:— বোলোঁ… অʼ মিচিং ডেকাটি বজালি যে পেম্পাটি সুৰেৰে সজালি দেখোঁ দিচাংমুখৰ নিশাটি। মিবু গালুক চোলাটি পেৰেৰুম্বং চাদৰখন কিয়নো পিন্ধিলি? মূৰত দেখো দুমেৰ দি গামোচা আঁটিলি আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে সেউজ ৰঙৰ জীয়া জীয়া ঐনিতমটি। বোলোঁ…. অʼ…

  • Etukura Aloxua Megh Lyrics | এটুকুৰা আলসুৱা মেঘ | Bhupen Hazarika

    Song: Etukura Aloxua Megh (এটুকুৰা আলসুৱা মেঘ) Singer: Bhupen Hazarika Etukura Aloxua Megh Lyrics Etukura Aloxua Megh Lyrics:—- এটুকুৰা আলসুৱা মেঘ ভাহি যায়….’ এটুকুৰা আলসুৱা মেঘ ভাহি যায় মোৰ বন-হংসই বাট হেৰুৱাই মই আছোঁ শাৰদীয় খিড়িকীমুখত বুকুৱে বিচৰাজনলৈ বাট চাই বিজুলী চাকিৰ সৌ তাঁৰবোৰতে নিয়ৰে ওলমি কিবা কথা পাতে বিশেষ বিন্ধু অঁকা এখনি মুখে এমুঠি অনুৰাগ দিছে…

  • Eti Kuhi Duti Pat Lyrics | এটি কুঁহি দুটি পাত | Bhupen Hazarika

    Song: Eti Kuhi Duti Pat (এটি কুঁহি দুটি পাত) Singer: Bhupen Hazarika Eti Kuhi Duti Pat Lyrics Eti Kuhi Duti Pat Lyrics:— এটি কুঁহি দুটি পাত ৰতনপুৰ বাগিচাত লহ্‌পহীয়া হাতেৰে কোনেনো ছিঙিলে অʼ কোনেনো ছিঙিলে? এন্ধাৰ কলা চুলিৰে জবা ফুলৰ পাহিৰে পাপৰিবোৰ উৰুৱাই কোনেনো হাঁহিলে অʼ কোনেনো হাঁহিলে? জুগ্‌নু আৰু লছ্‌মীৰে বিয়াৰ দিনা ঝুমুৰে ৰতনপুৰ বাগিচাত জোৱাৰ…

  • Tumar Ukhah Kohua Kumol Lyrics | তোমাৰ উশাহ কঁহুৱা-কোমল | Bhupen Hazarika

    Song: Tumar Ukhah Kohua Kumol (তোমাৰ উশাহ কঁহুৱা-কোমল) Singer: Bhupen Hazarika Tumar Ukhah Kohua Kumol Lyrics Tumar Ukhah Kohua Kumol Lyrics:— তোমাৰ উশাহ কঁহুৱা-কোমল শেৱালি-কোমল হাঁহি হাঁহিয়ে হৃদয় হৰিলে শুনাই এটি কিবা মিঠা বাঁহী৷ শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহী।। তোমাৰ উশাহ কঁহুৱা কোমল শেৱালি কোমল হাঁহি৷৷ হঠাৎ আজি গালোঁ মই মৰম সনা গীত তাকে শুনি চেনেহীৰে উখল…

  • Axom Amar Rupohi Lyrics | অসম আমাৰ ৰূপহী | Bhupen Hazarika

    Song: Axom Amar Rupohi (অসম আমাৰ ৰূপহী) Singer: Bhupen Hazarika Axom Amar Rupohi Lyrics Axom Amar Rupohi Lyrics:— অসম আমাৰ ৰূপহী  গুনৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসম আমাৰ ৰূপহী  গুনৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলেও  অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নাপাও ইমান ৰসাল মাটি চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ব’হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ অ’ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ। পাহাৰ ভৈয়াম একে…

  • Jilikabo Luitore Paar | জিলিকাব লুইতৰে পাৰ | Lyrics | Bhupen Hazarika

    Song: Jilikabo Luitore Paar (জিলিকাব লুইতৰে পাৰ) Singer: Bhupen Hazarika Jilikabo Luitore Paar Lyrics Jilikabo Luitore Paar (জিলিকাব লুইতৰে পাৰ) Lyrics:—- জিলিকাব লুইতৰে পাৰ জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ ভেঁটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতী নিজৰাৰে ধাৰ, শত শত বন্তিৰে জ্ঞানৰে দিপালীয়ে, জিলিকাব লুইতৰে পাৰ জিলিকাব লুইতৰে পাৰ…. সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ, সাঁচিপাতে ভাষা…

  • Foot Godhulite Lyrics | ফুট গধূলিতে | Bhupen Hazarika

    Song: Foot Godhulite (ফুট গধূলিতে) Singer: Bhupen Hazarika Foot Godhulite Lyrics Foot Godhulite Lyrics:— ফুট গধূলিতে কপিলি খুতিত কোন গোৰ্খালি গাভৰুৰে গাইজনী হেৰায়, সেই গাইজনীনো কেনে তুলনাযে নাই হেনো সেই চাপৰিত তাইৰমান গাখীৰতী নাই কাঞ্চীয়ে ৰিঙিয়ায় অ’ বগী গাই অ’ লক্ষ্মী গাই হে তুমি দেখোন নাহিলে ব্যৱসায়ো নাই, সেই মিঠা মাতৰ চিঞঁৰে কপিলি কপায়, মিঠা মাতৰ চিঞঁৰে…

  • Siro Jugomiya Dhou Tuli Lyrics | চিৰযুগমীয়া ঢৌ তুলি | Bhupen Hazarika

    Song: Siro Jugomiya Dhou Tuli (চিৰযুগমীয়া ঢৌ তুলি) Singer: Bhupen Hazarika Siro Jugomiya Dhou Tuli Lyrics Siro Jugomiya Dhou Tuli Lyrics:— চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি চিৰ নতুন পানচৈ উটি যায়, জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি সময় নদীত পথ আঁকি আঁকি যায়, অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে, চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি… অ’ অ’…