Category: Bhupen Hazarika
-
Moi Bisarisu Hejar Sokut Lyrics | Bhupen Hazarika
Song: Moi Bisarisu Hejar Sokut (মই বিচাৰিছোঁ হেজাৰ চকুত) Singer: Bhupen Hazarika Moi Bisarisu Hejar Sokut Lyrics Moi Bisarisu Hejar Sokut Lyrics:—- মই বিচাৰিছোঁ হেজাৰ চকুত দীপ্ত সূর্য শিখা এই ভয়াবহ যুগ-সন্ধিৰ নাশিবলে’ বিভীষিকা মই বিচাৰিছোঁ হেজাৰ ওঁঠত তীখা তীক্ষ্ন ভাষা শীতৰ শেষত ফাগুন অহাৰ যিহে আনিবই আশা পুৱতিৰ দৰে প্রতিশ্রুতি ধৰা সিঁচি যাব জ্যোতিৰেখা…
-
Muktikaami Lakkhya Janar Lyrics | Bhupen Hazarika
Song: Muktikaami Lakkhya Janar (মুক্তিকামী লক্ষ জনৰ) Singer: Bhupen Hazarika Muktikaami Lakkhya Janar Lyrics Muktikaami Lakkhya Janar Lyrics:— মুক্তিকামী লক্ষ জনৰ মৌন প্ৰকাশ শুনিছানে নাই? জীৱন আকাশত নতুন সাহসৰ পৰিছে জ্যোতি দেখিছানে নাই? কিমান পালা নেপালা কিমান হিচাপ নকৰিলা কোনো ক্ষতি নাই আহিছে সময় গনণাৰো দিন কৰিবা প্ৰকাশ কোনো ত্ৰাস নাই কাল ৰাত্ৰিৰ বুকুতে লুকাই…
-
Tumar Ukhah Kohua Kumol Lyrics | Bhupen Hazarika
Song: Tumar Ukhah Kohua Kumol (তোমাৰ উশাহ কঁহুৱা-কোমল) Singer: Bhupen Hazarika Tumar Ukhah Kohua Kumol Lyrics Tumar Ukhah Kohua Kumol Lyrics:– তোমাৰ উশাহ কঁহুৱা-কোমল শেৱালি-কোমল হাঁহি হাঁহিয়ে হৃদয় হৰিলে শুনাই এটি কিবা মিঠা বাঁহী শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহী তোমাৰ উশাহ কঁহুৱা কোমল শেৱালি কোমল হাঁহি হঠাৎ আজি গালোঁ মই মৰম সনা গীত তাকে শুনি…
-
Natun Natun Sah Lyrics | Bhupen Hazarika
Song: Natun Natun Sah (নতুন নতুন সাহ) Singer: Bhupen Hazarika Natun Natun Sah Lyrics Natun Natun Sah Lyrics:– নতুন নতুন সাহ, আহিল নতুন সাহ আমাৰ বহল বুকুতে। বগলীৰে বগা পাখি জিলিকে আকাশতে, জা-জাবৰ চিকুণাওঁ আমাৰ আপোন হাতে।। মৰা সুঁতিৰ ধল আনো শুকান শুকান মাটিতে সমাজৰে পিটনিতে মাটি ঢালোঁ ৰঙতে। পঢ়া-শুনাৰ চাকিটিক, জ্বলালোঁ উলাহতে সেউজীয়া সপোন…
-
Tumar Rathar Jaydhwaja Lyrics | Bhupen Hazarika
Song: Tumar Rathar Jaydhwaja (তোমাৰ ৰথৰ জয়ধ্বজা) Singer: Bhupen Hazarika Tumar Rathar Jaydhwaja Lyrics Tumar Rathar Jaydhwaja Lyrics:— বি.এ পাছ কৰি অহাৰ কিছুদিনৰ পাছত পাৰ্বতী প্ৰসাদে মোমাইদেৱেক প্ৰিয়প্ৰসাদ বৰুৱাৰ বাগিচা সৰুচৰাইত কাম শিকিবলৈ লয় ১৯২৯ চনত তাত থাকোতেই নৃত্য নাটিকা লখিমী ৰচে এই লখিমীত গীতেৰে তেঁও ৰথৰ জয়ধ্বজা উৰুৱাই তোমাৰ ৰথৰ জয়ধ্বজা মোৰ শুকুলা ফুলেৰে…
-
Gorokhia Hero Gorokhia Lyrics | Bhupen Hazarika
Song: Gorokhia Hero Gorokhia (গৰখীয়া হেৰৌ গৰখীয়া) Singer: Bhupen Hazarika Gorokhia Hero Gorokhia Lyrics Gorokhia Hero Gorokhia Lyrics:– পাৰ্বতী প্রসাদৰ ভাষা জাতে-পাতে ঘৰুৱা তেখেতৰ গীতৰ ৰচনাত গাঁও –ভুই, হাবি-বন পথাৰ-সমাৰৰ চিনকী ছবিখন সহজেই জিলিকি উঠে কেঁচা মাটি সুগন্ধ মলমলায় গৰখিয়াৰ মিঠা বাঁহী তেওঁৰ কাষত অমৰ হয় গৰখীয়া হেৰৌ গৰখীয়া কি সুৰ বজালি কি সুৰ বজালি…
-
Chuchuk Chamak Koi Lyrics | Bhupen Hazarika & Jayanta Hazarika
Song: Chuchuk Chamak Koi (চুচুক্-চামাককৈ) Singer: Bhupen Hazarika & Jayanta Hazarika Chuchuk Chamak Koi Lyrics Chuchuk Chamak Koi Lyrics:– অ’ ককাইটি অ’ … ৷ কি হ’ল … কি হ’ল অ’? চুচুক্-চামাককৈ দীপালীজনীয়ে কিয় মোৰ পিনে ৰ’ লাগিচায়? ভাইটি, তই বুজিকে পোৱাহে নাই ৷ ভাইটি, তাই বোধ হয় তোকেই ভাল পায়! সৌ কৰৱীজনীয়ে কিয় মৰমী চাৱনিৰে…
-
Kinu Pokhiye Lyrics | Bhupen Hazarika
Song: Kinu Pokhiye (কিনো পখীয়ে) Singer: Bhupen Hazarika Kinu Pokhiye Lyrics Kinu Pokhiye Lyrics:— কিনো পখীয়ে পুৱতি গালে নিচিনিলোঁ তাৰ মাত নিচিনিলোঁ তাৰ. মাত নিশা হ’ল পৰভাত নিশা হ’ল পৰভাত সাৰ পাই উঠি খিৰিকি মেলি চালোঁ বাহিৰখন সাৰ পাই উঠি খিৰিকি মেলি চালোঁ বাহিৰখন কি সুন্দৰ ধৱলি বৰণ কি সুন্দৰ ধৱলি বৰণ চমকি উঠিলে মন…
-
Jonaki O Jonaki Lyrics | Bhupen Hazarika
Song: Jonaki O Jonaki (জোনাকী . অ’ জোনাকী) Singer: Bhupen Hazarika Jonaki O Jonaki Lyrics Jonaki O Jonaki Lyrics:— জোনাকী . অ’ জোনাকী জোনাকী . অ’ জোনাকী আকাশৰ তৰা জানো তোৰ চিনাকি আকাশৰ তৰা জানো তোৰ চিনাকি অ’. জোনাকী অ’. জোনাকী জোনাকী . অ’. জোনাকী জোনাকী . অ’. জোনাকী সৰগৰ বচাঁ ফুল চাই তই গ’লি…
-
Aaji Akakhar Lyrics | Bhupen Hazarika
Song: Aaji Akakhar (আজি আকাশৰ) Singer: Bhupen Hazarika Aaji Akakhar Lyrics Aaji Akakhar Lyrics:– আজি আকাশৰ শেষ হ’ব পাই শেষ বাৰিষাৰ গান দিখৌ নৈৰ বুকুতে সেয়েহে আহিছে শেহতী বান কলিয়া ডাৱৰৰ চকুপানী টোকা কান্দোন পৰিলে ওৰ আকাশত উৰিলে কপাহৰে জোলা বাজিছে ৰঙৰে সুৰ উপঙি আহিলে লেশ লউ পৰুৱা শুকাব বাঢ়ণি পানী পালেহি খৰালি তাৰেহি বাতৰি…