Category: Bhupen Hazarika

  • Samayar Agragatir Lyrics | Bhupen Hazarika

    Song: Samayar Agragatir (সময়ৰ অগ্ৰগতি) Singer: Bhupen Hazarika Samayar Agragatir Lyrics Samayar Agragatir Lyrics:— সময়ৰ অগ্ৰগতি পক্ষীৰাজত উঠি যাওঁ মই নতুন দিগন্তলৈ হাঁহিমুখে হাঁহিমুখে জ্যোতিক শিৰত তুলি আহে দিন বাজে বীণ নিৰাশাবিহীন আহে বীণ বাজে বীণ নিৰাশাবিহীন নাই আক্ষেপ কোনো পোৱা নোপোৱাৰ সমূখত পোহৰৰ জলন্ত জোৱাৰ ৷ সত্যক সাৰথি কৰি আহে দিন যায় দিন বিৰামবিহীন…

  • Pratidhwani Shunu Lyrics | Bhupen Hazarika

    Song: Pratidhwani Shunu (প্ৰতিধ্বনি শুনো) Singer: Bhupen Hazarika Pratidhwani Shunu Lyrics Pratidhwani Shunu Lyrics:— প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো | কাণ পাতি শুনো মই বুজিব নোৱাৰো চকু মেলি চাওঁ মই মনিব নোৱাৰো চকু মুদি ভাবো মই ধৰিব নোৱাৰো হেজাৰ পাহাৰ মই বগাব নেজানো নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |…

  • Moi Jetiya Ei Jibonor Lyrics | Bhupen Hazarika

    Song: Moi Jetai Ei Jibonor Singer: Bhupen Hazarika Moi Jetiya Ei Jibonor Lyrics Moi Jetiya Ei Jibonor Lyrics:– মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সহাঁৰি পাম  নালাগে মোৰ সোঁৱৰণী সভা নালাগে মিছা নাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম…

  • Jik Mik Dewalir Banti Lyrics | Bhupen Hazarika

    Song: Jik Mik Dewalir Banti (জিক্ মিক্ দেৱালীৰ বন্তি) Singer: Bhupen Hazarika Jik Mik Dewalir Banti Lyrics Jik Mik Dewalir Banti Lyrics:— জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে এন্ধাৰত কান্দে কোনে অকলে অকলে, জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে এন্ধাৰত কান্দে কোনে অকলে অকলে, ওচৰা-ওচৰি দুটি ঘৰ এটি পঁজা আনটো ৰজা ঘৰ, ৰজাঘৰে হাঁহে মাথো পঁজাটিত বন্তি নজ্বলে, জিক্…

  • Pratham Prahar Ratri Lyrics | Bhupen Hazarika

    Song: Pratham Prahar Ratri (প্ৰথম প্ৰহৰ ৰাত্ৰি) Singer: Bhupen Hazarika Pratham Prahar Ratri Lyrics Pratham Prahar Ratri Lyrics:– প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা । শুনা সখি শকুন্তলা তুলি বান্ধা খোপা।। দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ। শুনা সখি ৰূপৱতী নধৰা জগৰ।। তৃতীয় প্ৰহৰ ৰাত্ৰি ফুলিলে শেৱালি। কেতেকীয়েও তোমাৰ হিয়াত দিলে পৰাগ ঢালি।। আইদেউৰ গালৈকে চাবকে নোৱাৰি।…

  • Arun Kiron Xiror Bhuxan Lyrics | Bhupen Hazarika

    Song: Pratham Prahar Ratri (প্ৰথম প্ৰহৰ ৰাত্ৰি) Singer: Bhupen Hazarika Pratham Prahar Ratri Lyrics Pratham Prahar Ratri Lyrics:– প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা । শুনা সখি শকুন্তলা তুলি বান্ধা খোপা।। দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ। শুনা সখি ৰূপৱতী নধৰা জগৰ।। তৃতীয় প্ৰহৰ ৰাত্ৰি ফুলিলে শেৱালি। কেতেকীয়েও তোমাৰ হিয়াত দিলে পৰাগ ঢালি।। আইদেউৰ গালৈকে চাবকে নোৱাৰি।…

  • A Bijuli Nase Lyrics | Bhupen Hazarika

    Song: A Bijuli Nase (এʼ বিজুলি নাচে) Singer: Bhupen Hazarika A Bijuli Nase Lyrics A Bijuli Nase Lyrics:– কথা : এʼ বিজুলি নাচে, চিক্‌মিক্‌ চিক্‌মিক্‌ অʼ ডম্বৰু বাজিলে, ডুগ্, ডুগ্, ডুগ্, ডুগ্। গীত : ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু মেঘে বজায় ডম্বৰু চিক্‌মিক্‌ বিজুলী নাচে হেʼ চিক্‌মিক্‌ বিজুলী এ’ চিক্‌মিক্ বিজুলী। সৰু সৰু গাঁৱৰে সৰুকণহঁতৰে সৰু সৰু…

  • Axomi Aaire Lalita Palita Lyrics | Bhupen Hazarika

    Song: Axomi Aaire Lalita Palita (অসমী আইৰে লালিতা-পালিতা) Singer: Bhupen Hazarika Axomi Aaire Lalita Palita Lyrics Axomi Aaire Lalita Palita Lyrics:– অসমী আইৰে লালিতা-পালিতা মই তোলনীয়া জী অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি? অসমীৰ মাতষাৰ আজীৱন শুনিলোঁ অসমীৰ মাতষাৰ আজীৱন শিকিলোঁ বিহুসুৰ বিনন্দীয়া, বৰগীত জিকিৰক তামোল দি মানিলোঁ বাটিলোঁ মুগাৰ বটীয়া ; বৰলুইত পাৰৰে শীতলকৈ…

  • Jibon Jura Khyatiye Lyrics | Bhupen Hazarika

    Song: Jibon Jura Khyatiye (জীৱন জোৰা খ্যাতিয়ে) Singer: Bhupen Hazarika Jibon Jura Khyatiye Lyrics Jibon Jura Khyatiye Lyrics:– জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খায়, বহু ধনৰ লোভে যদি মানুহ পাহৰায়, মানুহ পাহৰায় মানুহ যদি মানুহৰে হয় অন্তৰায়, তেনে দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়, মিছা ব্যৱসায় | ধনৰ বাবেই মনৰ যদি বেহা বেপাৰ হয়, যৌতুককে সঙ্গী বুলি…

  • Jodi Jibone Kande Lyrics | Bhupen Hazarika

    Song: Jodi Jibone Kande (যদি জীৱনে কান্দে) Singer: Bhupen Hazarika Jodi Jibone Kande Lyrics Jodi Jibone Kande Lyrics:– যদি জীৱনে কান্দে ‘নাই নাই’ বুলি যদি দুখতে উৰে ধৰণীৰ ধুলি নিৰাশাই আশাবোৰ ভাঙিব খুজিলে মই গোৱা গীতটি গাবা ৷৷ এটি বগলী যদি অকলে অকলে উৰি উৰি যোৱা দেখাঁ সাগৰৰ ফালে ৷ বিৰাটক সৰু ক্ষণে ভবাই তুলিলে মই ৰচা…