Category: Biswa Bijoyi Nabajuwan Lyrics
-
Biswa Bijoyi Nabajuwan Lyrics By Jyoti Prasad Agarwala
Song: Biswa Bijoyi Nabajuwan (বিশ্ববিজয়ী নৱজোৱান) Singer: Jyoti Prasad Agarwala Biswa Bijoyi Nabajuwan Lyrics Biswa Bijoyi Nabajuwan Lyrics:— বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান ! শক্তিশালী ভাৰতৰ ওলাই আহা ওলাই আহা সন্তান তুমি বিপ্লৱৰ । সমুখ সমৰ সমুখতে মুক্তি যুঁজাৰু হুঁচিয়াৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতা খুলি দুৱাৰ । অগ্নিবৃষ্টি আহিব লাগিছে গৰজিছে বজ্ৰপাত শিলাবৃষ্টি ভূমিকম্প হ’ব সহস্ৰ উল্কাপাত…