Category: Bukur Tejerey Likha Gaan Mur Lyrics
-
Bukur Tejerey Likha Gaan Mur Lyrics By Jyoti Prasad Agarwala
Song:Bukur Tejerey Likha Gaan Mur Singer:Jyoti Prasad Agarwala Bukur Tejerey Likha Gaan Bukur Tejerey Likha Gaan Mur বুকুৰ তেজেৰে লিখা গান মোৰ চকুৰ পানীৰে নমচিবি চকুৰ পানীৰে লিখা গান মোৰ আলৈ আথানি নকৰিবি৷ মোৰ, সুৰৰ চুমাত কোন কোন সাৰ পাৱ? মোৰ গান শুনি, কোন কোন ভোল যাৱ? মই কোৱা সেই জোনাকী সাধুটো নাপাহৰিবি নাপাহৰিবি নাপাহৰিবি৷৷