Category: Gaonre Jiyari Lyrics

  • Gaonre Jiyari Lyrics | Bhupen Hazarika

    Song: Gaonre Jiyari (গাঁৱৰে জীয়াৰী) Singer: Bhupen Hazarika Gaonre Jiyari Lyrics Gaonre Jiyari Lyrics:— গাঁৱৰে জীয়াৰী সপোন সুন্দৰী গাঁৱতে সৰগ ৰচোঁ মই মাটিতে সৰগ ৰচোঁ মই দেৱতাই ৰ লাগি চায়। ধুনীয়া মন মোৰ কুমলীয়া বাহু দুটি মোৰ লহপহীয়া কাকনো সাবটিব খুজি অলিয়া-বলিয়া হয়। অ’……….. দেহাৰ বৰণ মোৰ চম্পাফুলীয়া চুলিৰ বৰণ মোৰ এন্ধাৰকʼলীয়া খোজত মলয়া বয়। গাঁৱৰে ধাননিৰে…