Category: Hit Assamese Lyrics

  • Moina Kun Bidhatai hajile (মইনা কোন বিধাতাই সাজিলে) | Hit Assamese Lyrics | Dipen Baruah

    Song Name: Moina Kun Bidhatai hajile (মইনা কোন বিধাতাই সাজিলে) Singer Name: Dipen Baruah Movie Name: Dr. Bezbaruah Moina Kun Bidhatai hajile (মইনা কোন বিধাতাই সাজিলে) | Hit Assamese Lyrics:— অ মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুতি, চমক নীলা বিজুলীৰে, গোলাপ কোমল পাহিতি, সেই চমকৰ ভমক লাগি, দহি মৰে মনতি, মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুতি, মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুতি….. অই হই পূৰ্ণিমাৰে আকাশৰে, জোনটি সোৱনি, ক’ত পাবা নো মেলিলে , হাত দুখনি, অ ক’ত পাবা নো মেলিলে,  হাত দুখনি….. অ মইনা হাত নেমেলো আনিবলৈ, দূৰ আকাশৰ মনিটি, মোৰ মন হাকুটি লগাই পাৰিম, এই পূৰ্ণিমাৰ জোনটি, মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুতি, মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুতি,…