Category: Hoi Ne Nhoi Ma Lyrics

  • Hoi Ne Nhoi Ma Lyrics By Jyoti Prasad Agarwala

    Song: Hoi Ne Nhoi Ma  Singer:  Jyoti Prasad Agarwala Hoi Ne Nhoi Ma Hoi Ne Nhoi Ma হয়নে নহয় মা মই দেখা বোলে সপোনবোৰ ৰাতি পুৱালেই আকাশলে’ উৰি যায় আৰু বাঘে ৰাতি দেখা সপোনবোৰক বৰা-গাহৰিয়ে খায় ? হয়নে নহয় মা ! বাঘে দেখা হেনো সপোনবোৰত বহুত হৰিণা ওলায় বাঘে সিহঁতক খেদি খেদি গৈ মাটিকে কামুৰি খায় ?…