Category: Jyoti Prasad Agarwala
-
Siro hundor Lyrics By Jyoti Prasad Agarwala
Song: Siro hundor (চিৰসুন্দৰ) Singer: Jyoti Prasad Agarwala Siro hundor Lyrics Siro hundor Lyrics:— চিৰসুন্দৰ ! হে চিৰসুন্দৰ মোৰ ৰাগ ৰুৰবীৰে পতা লবি পূজা, তোৰে সুৰেৰে মই ৰচিলোঁ কতনা গান বুজা-নুবুজা লবি পূজা। মোৰ যত অভিনৱ গান বিকশিত কমলৰ গন্ধ সমান মনে মনে সোণোৱালী সপোন-বিভোৰ সপোনৰো সপোনত ছয়াময়া ৰূপ জ্বলে তোৰ সুৰৰ শতেক ফুলে চকুৰ লোতক জ্বলে…
-
Gumori Uthise Hiya Lyrics By Jyoti Prasad Agarwala
Song: Gumori Uthise Hiya (গুমৰি উঠিছে হিয়া) Singer: Jyoti Prasad Agarwala Gumori Uthise Hiya Lyrics Gumori Uthise Hiya Lyrics:— গুমৰি উঠিছে হিয়া অভিনৱ তানে ৷ যৌৱনৰ প্ৰথম পুৱাত আজি ক’ত আছে প্ৰাণৰ আলহী কোনে কৈয়ে দিব কোনে জানে ৷৷
-
Gaane Jodi Mur Lyrics By Jyoti Prasad Agarwala
Song: Gaane Jodi Mur (গানে যদি মোৰ) Singer: Jyoti Prasad Agarwala Gaane Jodi Mur Lyrics Gaane Jodi Mur Lyrics:— গানে যদি মোৰ নলৰাই তোক আধামুদা চকুপাহি মিছাকৈয়ে তেনে মোৰ ফালে চাই নাথাকিবি হাঁহি হাঁহি ৷ মোৰ যদি গানে তোলৈ নানে নুফুলা কলিৰ ব্যথা মোৰ যদি গানে তোক মনে মনে নাই কোৱা একো কথা মোৰ সপোনৰ মোৰ গোপনৰ…
-
Gaan ti Jodi Nilikhutei Lyrics By Jyoti Prasad Agarwala
Song: Gaan ti Jodi Nilikhutei (গানটি যদি নিলিখোঁতেই) Singer: Jyoti Prasad Agarwala Gaan ti Jodi Nilikhutei Lyrics Gaan ti Jodi Nilikhutei Lyrics:— গানটি যদি নিলিখোঁতেই তাৰ সুৰটি বাজি উঠে পুৱা পোহৰে চকুপাহিত ঢৌ তোলোতেও সাৰ পায়ো নুঠে, তাক গান নথকা সুৰটিৰেই জগাম আথেবেথে ৷৷
-
Gaan Likhu Moi Lyrics By Jyoti Prasad Agarwala
Song: Gaan Likhu Moi (গান লিখোঁ মই) Singer: Jyoti Prasad Agarwala Gaan Likhu Moi Lyrics Gaan Likhu Moi Lyrics:— গান লিখোঁ মই প্ৰাণ জগাবলৈ প্ৰাণ ঢালোঁ মই কণ্ঠে কণ্ঠে গান জগাবলৈ ৷ সেই কোটি কণ্ঠৰ গানে যদি পৃথিৱীৰ নতুন জীৱন আনে সেই জীৱনৰ নুপূৰা আশাৰে গান লিখি যাম বাৰে বাৰে অগ্নি ভাষাৰে মোৰ শেষৰ অগ্নিবাণে আৰু নতুনৰ…
-
Andhar Nohole Lyrics By Jyoti Prasad Agarwala
Song: Andhar Nohole (আন্ধাৰ নহলে) Singer: Jyoti Prasad Agarwala Andhar Nohole Lyrics Andhar Nohole Lyrics:— আন্ধাৰ নহলে ৰাতিৰ সপোন জানো দেখিবি? ক’লাশিখা জ্বলাই নিশা নাহে যদি আকাশলৈ, জিকমিকিয়া জোন তৰা কেনেকে’ লেখিবি? আন্ধাৰে যদি চুমা নাখায় শেৱালি নুফুলে পুৱা বেলিৰ প্ৰথম চুমাত দুবৰি কোলাত নিয়ৰ নজ্বলে ৷ আন্ধাৰ আহি বেজাৰ কৰি মোৰ কবিতাক কয় পোহৰ বুলি তই…
-
Anondo Anondo Buli Lyrics By Jyoti Prasad Agarwala
Song: Anondo Anondo Buli (আনন্দ আনন্দ বুলি) Singer: Jyoti Prasad Agarwala Anondo Anondo Buli Lyrics Anondo Anondo Buli Lyrics:— আনন্দ আনন্দ বুলি জগত ভ্ৰমিলোঁ সখা আনন্দক নাপালোঁ যে দেখা আপোন সৰতে বহি মনতে বিচাৰি পালোঁ তেতিয়াহে দেখিলোঁ, অভিনয় ৰেখা আলোকে আন্ধাৰে আছে লেখা ৷৷
-
Ei Je Akhim Nila Robha Lyrics By Jyoti Prasad Agarwala
Song: Ei Je Akhim Nila Robha (এই যে অসীম নীলা ৰভা) Singer: Jyoti Prasad Agarwala Ei Je Akhim Nila Robha Lyrics Ei Je Akhim Nila Robha Lyrics:— এই যে অসীম নীলা ৰভা তৰি এই যে অসীম নীলা ৰভা তৰি কোটি বেলিৰে জোন তৰাৰে থৈছ জোনাক কৰি তাত কত জ্যোতি জ্বলি উঠিছে কতবাৰ মৰি মৰি এই যে অসীম…
-
Ei Xotikat Lyrics Jyoti Prasad Agarwala
Song: Ei Xotikat (এই শতিকাত) Singer: Jyoti Prasad Agarwala Ei Xotikat Lyrics Ei Xotikat Lyrics:— এই শতিকাত জ্বল জ্যোতিকা জন কল্যানৰ মহা স্বস্তিকা হৈ নৱ কিৰণৰ জ্বল জনিকা জনতাক দি জ্যোতি কণিকা যা সোনকালে দেশান্তৰলে’ বৈ মোৰ গোপনৰ মোৰ সপোনৰ জ্ঞান যত কথা জগতকে কৰি গৈ যত চিনাকি অচিনাকিৰ, পদূলি মূৰত তই নুশুধিলেও, নামাতিলেও হাঁহি থাকিবি বই…
-
Ami Koribo Lagibo Lyrics By Jyoti Prasad Agarwala
Song: Jyoti Prasad Agarwala (আমি কৰিব লাগিব) Singer: Jyoti Prasad Agarwala Ami Koribo Lagibo Lyrics:— আমি কৰিব লাগিব পৃথিৱী আলোকময়…. জ্ঞান-বিজ্ঞানৰ সকলো ধৰ্ম্মৰ নানা আদৰ্শৰ নানা বিভেদৰ কৰিব লাগিব মহান সমন্বয়, মহামহত্বৰ বিৰোধী আসুৰী সকলো শত্ৰু কৰিব লাগিব জয় ৷ এই পৃথিৱীলৈ আনিব লাগিব মহত্বৰ মহাজয়, কৰিব লাগিব গোটেই জগত অমৃত, আনন্দময় ৷…