Category: Jyoti Prasad Agarwala
-
Ami Gaotot Xorog Patim Lyrics By Jyoti Prasad Agarwala
Song: Ami Gaotot Xorog Patim (আমি গাঁৱত সৰগ পাতিম) Singer: Jyoti Prasad Agarwala Ami Gaotot Xorog Patim Lyrics Ami Gaotot Xorog Patim Lyrics:— আমি গাঁৱত সৰগ পাতিম আমাৰ গাঁৱৰ নামঘৰলৈ পৃথিৱীক মাতিম আমি গাঁৱত সৰগ পাতিম ৷ গাঁৱৰ মাটিত সোণৰ সপোন ফুলিম গাঁৱৰ ঘৰত গাঁৱৰ মনত ন চানেকি তুলিম বোকাত ফুলা পদুম পাহি গোন্ধত আমোল মোল সেউজী…
-
Andhar Nohole Ratir Xopun Lyrics By Jyoti Prasad Agarwala
Song: Andhar Nohole Ratir Xopun (আন্ধাৰ নহলে ৰাতিৰ সপোন) Singer: Jyoti Prasad Agarwala Andhar Nohole Ratir Xopun Lyrics Andhar Nohole Ratir Xopun Lyrics:— আন্ধাৰ নহলে ৰাতিৰ সপোন জানো দেখিবি? ক’লাশিখা জ্বলাই নিশা নাহে যদি আকাশলৈ, জিকমিকিয়া জোন তৰা কেনেকে’ লেখিবি? আন্ধাৰে যদি চুমা নাখায় শেৱালি নুফুলে পুৱা বেলিৰ প্ৰথম চুমাত দুবৰি কোলাত নিয়ৰ নজ্বলে ৷ আন্ধাৰ আহি…
-
Andharedi Kune Lyrics By Jyoti Prasad Agarwala
Song: Andharedi Kune (আন্ধাৰেদি কোনে) Singer: Jyoti Prasad Agarwala Andharedi Kune Lyrics Andharedi Kune Lyrics:— আন্ধাৰেদি কোনে পোহৰ বিচাৰি যায় কোন বননিৰ সোণ হৰিণাই দেও দি দি লৰি চক্ খাই উঠি ন জোনাবাই চায় ৷ ন জোনাবাইৰ জোনাকত কোনে জগত ৰূপালী দেখ’ আন্ধাৰত বহি পোহৰৰ ৰেখা কোনে গণি পঢ়ি লেখ’ ন জোনটিৰ বুকুত বাঢ়ে পূৰ্ণিমাৰেই জোন মোৰ…
-
Amar Gaonor Go Baat Lyrics By Jyoti Prasad Agarwala
Song: Amar Gaonor Go Baat (আমাৰ গাঁৱৰ গো বাট) Singer: Jyoti Prasad Agarwala Amar Gaonor Go Baat Lyrics Amar Gaonor Go Baat Lyrics:— আমাৰ গাঁৱৰ গো বাট তাত শিমলুৰ ৰঙা পাপৰি সৰে হালধীয়া সৰা পাতত কোনোবা ফুৰে কোনোবা ঘূৰে মৰ মৰ কৰে ৷ আমাৰ গাঁৱৰ গো বাট তাত গাঁৱলীয়াৰ ভালপোৱাই মেলে মৰম নাট ৰাতিটোলৈ ইচাট বিচাট ৷ গো…
-
Amare Xokhiya Aakul Byakule Lyrics By Jyoti Prasad Agarwala
Song: Amare Xokhiya Aakul Byakule (আমাৰে সখিয়া আকুল বিয়াকুলে) Singer: Jyoti Prasad Agarwala Amare Xokhiya Aakul Byakule Lyrics Amare Xokhiya Aakul Byakule Lyrics:— আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই, সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই! দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ৷ ফাগুনৰ বতাহে গাতে ছাটি মাৰে… গাতে ছাটি মাৰি যায় (হাঁহি) চুমাৰ…
-
Ami Kori Furu Byakul Lyrics By Jyoti Prasad Agarwala
Song: Ami Kori Furu Byakul (আমি কৰি ফুৰো বিয়াকুল) Singer: Jyoti Prasad Agarwala Ami Kori Furu Byakul Lyrics Ami Kori Furu Byakul Lyrics:— আমি কৰি ফুৰো বিয়াকুল (থাকে) নিজৰ য’ত কুল কুল ফুলৰ পাহিত নিয়ৰ দুল সখীয়তীৰ মাতে য’ত বিয়পিছে ইকুল সিকুল ৷৷
-
Aah O Ghumoti Lyrics By Jyoti Prasad Agarwala
Song: Aah O Ghumoti (আহ অ’ ঘুমটি) Singer: Jyoti Prasad Agarwala Aah O Ghumoti Lyrics Aah O Ghumoti Lyrics:— আহ অ’ ঘুমটি আহ অ’ ঘুমটি আহ অ’ ঘুমটি আহ অ’ ৷ ৰিক্মিক্ ৰিক্মিক্ টোপনিৰে পাখি জিকেমিকে চিক্মিক্ চিক্মিক্ হাঁহি ৷ আহ অ’ ঘুমটি ………… মইনাৰ চিকুণে চকু মুদে খালে জাপে গ’ল ধুনীয়া পাহি ৷৷
-
Avravedi Ur Lyrics By Jyoti Prasad Agarwala
Song: Avravedi Ur (অভ্ৰ ভেদি উৰ) Singer: Jyoti Prasad Agarwala Avravedi Ur Lyrics Avravedi Ur Lyrics:— উৰ উৰ উৰ অভ্ৰ ভেদি উৰ নীল আকাশত উৰ, তৰাৰ মাজত উৰ সবাৰে উপৰে উৰ অ’ মোৰ তিনি বৰণীয়া ভাৰতৰে বিজয় নিচান ৷ আলোকি বিমান ‘উৰ অ’ মোৰ ভাৰতৰে বিজয় নিচান ৷৷
-
Ulai Aah O Lyrics By Jyoti Prasad Agarwala
Song: Ulai Aah O (ওলাই আহ অ’) Singer: Jyoti Prasad Agarwala Ulai Aah O Lyrics Ulai Aah O Lyrics:— ওলাই আহ অ’ ওলাই আহ অ’ অসম দেশৰ শক্তিমান তয়ে অসমৰ, তয়ে ভাৰতৰ তয়ে জগতৰ নৱজোৱান ! শান্তি সেনা, শক্তি সেনা তোৰ, জয়ৰ অভিযান হাতত আছে বিজয় নিচান তই অৰ্জ্জুন সমান ৷ অগ্নিৰ মুকুট পিন্ধি মৰণ ৰথত উঠি…
-
Kobitare Sobi Aak Lyrics By Jyoti Prasad Agarwala
Poem: Kobitare Sobi Aak (কবিতাৰে ছবি আঁক) Writer: Jyoti Prasad Agarwala Kobitare Sobi Aak Lyrics Kobitare Sobi Aak Lyrics:— কবিতাৰে ছবি আঁক তই কোন ভুবনৰ কবি ছবিৰে মই কবিতা লিখোঁ তই জানো মোৰ লগৰীয়া হবি ? আমি দুয়ো লগলাগি আহ, হওঁ পৃথিৱীত অকলশৰীয়া আপোন মনে দুয়ো ৰচোঁ জীবন ধুনীয়া ৷ হওঁ পৃথিৱীত তয়ে ময়ে অকলশৰীয়া !!