Category: Kar Hahitiye Lyrics
-
Kar Hahitiye Lyrics By Jyoti Prasad Agarwala
Poem: Kar Hahitiye (কাৰ হাঁহিটিয়ে ) Writer: Jyoti Prasad Agarwala Kar Hahitiye Lyrics Kar Hahitiye Lyrics:— কাৰ হাঁহিটিয়ে মোৰ ফুলনিৰ ফুলে পাতে ৰূপ লয় কাৰ হাঁহিটিয়ে নিফুট গানেৰে ঘোষে নতুনৰ জয় ৷ কাৰ হাঁহি লাগি সাৰ পাই উঠে বৰ্ণ গন্ধ গান সঞ্জীৱনীৰে কাৰনো হাঁসিৰ শিয়ঁৰাই তোলে দলিত, পীড়িত, মহাজনতাৰ, সঞ্চিত অভিযান ৷